ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

আৰক্ষীয়ে মদ্যপান কৰিলেই হেৰুৱাব লাগিব চাকৰি, ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰীৰ!

ASSAM TIMES POST by ASSAM TIMES POST
February 17, 2021
Reading Time: 1 min read
A A
0
আৰক্ষীয়ে মদ্যপান কৰিলেই হেৰুৱাব লাগিব চাকৰি, ঘোষণা বিহাৰৰ মুখ্যমন্ত্ৰীৰ!

RELATED POSTS

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

logo new 2 1 | ASSAM TIMES POST

নিউজ ডেক্স:

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আৰক্ষীৰ লোকে মদ খালে দেখা মাত্ৰকে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। কিন্তু বিৰোধী দলসমূহে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে।

এনে কাৰ্যৰে মুখ্যমন্ত্ৰীয়ে আৰক্ষীক বলিৰ পঠা সজোৱাৰ অভিযোগ তুলিছে বিৰোধী দল আৰ জে ডিয়ে। যোৱা মঙলবাৰে “আবকাৰী শুল্ক বিভাগ”ৰ এখন বৈঠকত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় – কোনো আৰক্ষীৰ লোকে মদ্যপান কৰিলে বা সুৰামত্ত অৱস্থাত ধৰা পৰিলে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হওক আৰু তৎক্ষণাৎ চাকৰিৰ পৰা বৰ্খাস্ত কৰা হওক।

বিহাৰত আৰক্ষী বিভাগত ৮০০০০ লোক কৰ্মৰত হৈ আছে আৰু ২০১৬ চনত ৰাজ্যখনত সুৰা নিষিদ্ধ কৰা হৈছিল। এইবাৰ আৰক্ষী সঞ্চালকৰ পদবীৰ পৰা অৱসৰ লৈ নিৰ্বাচনত জয়লাভ কৰা সুনীল কুমাৰক আবকাৰী বিভাগৰ মন্ত্ৰীত্ব প্ৰদান কৰা হৈছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে আবকাৰী মন্ত্ৰীৰ উপস্থিতিত বিষয়াসকলক চুবুৰীয়া ৰাজ্যৰ পৰা সুৰাৰ সৰবৰাহ বন্ধ কৰাৰ বাবে পদক্ষেপ ল’বলৈও নির্দেশ প্ৰদান কৰিছে।

অৱশ্যে বিৰোধী দল “ৰাষ্ট্ৰীয় জনতা দলে” মুখ্যমন্ত্ৰীৰ এনে কাৰ্যৰ তীব্ৰ সমালোচনা কৰিছে। আৰ জে ডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে কয় – কেৱল আৰক্ষীয়েই কিয়, আন বিভাগৰ চৰকাৰী বিষয়াৰ বিৰুদ্ধেও মদ্যপান কৰিলে অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰক। এনে নিৰ্দেশৰে আৰক্ষীক বলিৰ পঠা সজোৱা হৈছে।

২০১৬ চনত বিহাৰত মদ নিষিদ্ধ কৰা হৈছিল যদিও ৰাজ্যখনত অবৈধ মদৰ বেহা এতিয়াও চলি আছে। দৈনিক আৰক্ষীয়ে অবৈধ সুৰা জব্দ কৰাৰ বাতৰি পোৱা যায়। ২০১৬ চনৰ পৰা আজিলৈকে বিহাৰ আৰক্ষীয়ে প্ৰায় ৫২ লাখ লিটাৰ সুৰা জব্দ কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: featured3
Share5Tweet3Send

Related Posts

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

by News Desk
August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

by News Desk
August 27, 2026
50
India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ
National-International

India Russia ties : ৰাছিয়াৰ সৈতে ১১.৫ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ ভাৰতৰ

by News Desk
August 27, 2026
51
Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal flood : ভূমিকম্প নহয়, নেপালৰ ভয়ানক আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

by News Desk
August 27, 2026
54
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
51
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
52
ADVERTISEMENT
Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?
Assam

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
50
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?
National-International

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
50
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026
50
Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু
National-International

Kanpur aircraft crash : কানপুৰত প্ৰশিক্ষণ বিমান দুৰ্ঘটনাত ২ পাইলটৰ মৃত্যু

August 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

Assam Protests Over Price Rise: AASU Asks, Govt with People or Elite?

August 27, 2026
Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

Nepal Floods : সাত বছৰ পূৰ্বে বিপদ সংকেত পাইছিল, নেপালৰ ভোটে কোশী নদীত আকস্মিক বানৰ আঁৰৰ কাৰণ কি?

August 27, 2026
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

August 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d