ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মাত্ৰ এক টকাৰ বিনিময়ত অৱহেলিত ব্যক্তিৰ চিকিৎসা কৰিব শংকৰে!

ASSAM TIMES POST by ASSAM TIMES POST
February 15, 2021
Reading Time: 1 min read
A A
0
মাত্ৰ এক টকাৰ বিনিময়ত অৱহেলিত ব্যক্তিৰ চিকিৎসা কৰিব শংকৰে!

RELATED POSTS

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

logo new 2 1 | ASSAM TIMES POST

বিশেষ প্ৰতিবেদন:

কঠিন পৰিস্থিতিত ওড়িশাৰ চম্বলপুৰৰ চিকিৎসক শঙ্কৰ ৰামচান্দানি যেন এক মানৱীয় মুখ। দাৰিদ্ৰ্য, অৱহেলিত মানুহৰ কথা ভাবি মাত্র এক টকাৰ বিনিময়ত চিকিৎসা ব্যৱস্থা আৰম্ভ কৰিলে তেওঁ।

শঙ্কৰ ৰামচান্দানি বীৰ সুৰেন্দ্র সাই ইনষ্টিটিউট অব মেডিকেল ছেয়েন্সেছ এণ্ড ৰিছার্চৰ এজন সহকাৰী অধ্যাপক। সম্প্রতি উক্ত চহৰতেই নিজে এটি ঘৰ ভাড়াত লৈ নতুন চেম্বাৰ খুলিছে তেওঁ। পুৱাৰ পৰা আবেলিৰ আৰু সন্ধ্যাৰ পৰা নিশা পর্যন্ত খোলা থাকিব সেই চেম্বাৰ। যাতে যিকোনো সময়ত, যিকোনো মুহূর্ততে মানুহ দৌৰি আহিব পাৰে তালৈ।

শঙ্কৰে কয়, চম্বলপুৰৰ সেই অঞ্চলৰ পৰা বহু দূৰৈত মাত্র দুখন মেডিকেল কলেজ আছে। আনকি উন্নত মানৰ ব্যৱস্থাপনাও নাই তাত। প্রয়োজনত যেতিয়াই তেতিয়াই দাৰিদ্ৰ্য মানুহ তালৈ যোৱাও সম্ভৱ নহয়। সেই কাৰণেই এই চেম্বাৰ খোলাৰ সিদ্ধান্ত লয় তেওঁ।

এইবাৰ এক টকাৰ বিনিময়ত চিকিৎসাৰ প্রসঙ্গত তেওঁ জনায়, “তেওঁলোকৰ যেন কোনো সময়তে ভাব নহয় যে তেওঁলোকে বিনামূল্যে সুবিধা পালে, তেওঁলোকেও যে টকা দিয়েই চিকিৎসা কৰিলে এই ভাবনাটো তেওঁলোকৰ মাজত ৰাখিবলৈয়েই এই সিদ্ধান্ত মই লৈছো।”

শঙ্কৰে জনায়, বহুদিন ধৰি এনে এটি কাম কৰাৰ ইচ্ছা তেওঁৰ আছিল। কিন্তু ইয়াৰ আগতে তেওঁ ছিনিয়ৰ ৰেছিডেন্ট হিচাবে তাত আছিল। সেয়ে ইচ্ছা থাকিলেও পূৰণ কৰিব পৰা নাছিল।

শঙ্কৰে এয়াও জনায় যে তেওঁৰ পত্নী স্ত্রী শিখা ৰামচান্দানি এজন ডেন্টিষ্ট। তেৱোঁ সেই চেম্বাৰত সহায় কৰাৰ বাবে সকলো সময়তে থাকিব।শঙ্কৰৰ এনে মহৎ কামৰ প্রশংসাত পঞ্চমুখ স্থানীয় বাসিন্দাসকল। ইয়াৰ আগতেও কৰোনা পৰিস্থিতিত অসহায় মানুহৰ কাষত থিয় দিয়া দেখা গৈছিল শঙ্কৰক।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: feature
Share5Tweet3Send

Related Posts

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

by News Desk
September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

by News Desk
September 22, 2026
51
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

by News Desk
September 22, 2026
51
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
52
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
51
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া
National-International

Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

by News Desk
September 22, 2026
52
ADVERTISEMENT
চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ
Assam

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
51
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ
National-International

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
51
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই
National-International

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026
51
CM Himanta Biswa Sarma : চামগুৰিৰ নিৰ্বাচনী হিংসা প্ৰসংগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য
DIPHU

53
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

চুৰি কৰা সোণৰ চেইনেৰে গোল্ড লোণ কুখ্যাত চিলনী চোৰৰ

September 22, 2026
Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

Bihar rape case : বিহাৰৰ নিৰ্যাতিত ছাত্ৰ-ছাত্ৰীৰ পৰিচয় প্ৰকাশ কৰা ১২০ ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে এফআইআৰ, অভিযুক্তক এনকাউণ্টাৰ

September 22, 2026
Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

Veg vs non-veg : চাবোন, চেম্পু, টুথপেষ্ট আমিষ নে নিৰামিষ? জনোৱাটো বাধ্যতামূলক কৰিলে কেন্দ্ৰই

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d