ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বোকাখাতৰ বৰপথাৰত কৃষি বিভাগৰ নাম লৈ পাম্পছেট প্ৰদানৰ নামত খেতিয়কক প্ৰৱঞ্চনাঃ ৭,৫০০ টকা খেতিয়কৰ পৰা লৈ প্ৰৱঞ্চক উধাও

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2019
Reading Time: 1 min read
A A
0
বোকাখাতৰ বৰপথাৰত কৃষি বিভাগৰ নাম লৈ পাম্পছেট প্ৰদানৰ নামত খেতিয়কক প্ৰৱঞ্চনাঃ ৭,৫০০ টকা খেতিয়কৰ পৰা লৈ প্ৰৱঞ্চক উধাও

logo atp | ASSAM TIMES POSTASSAM TIMES POST

RELATED POSTS

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

বোকাখাতঃ কমাৰগাঁও বৰপথাৰৰ ৰেৱ গগৈ নামৰ লােকজনে দুৰ্বৃত্তই কৃষি বিভাগৰ নাম লৈ প্ৰৱঞ্চনা কৰাৰ অভিযােগ আহিছে। ৰেৱ গগৈয়ে যোৱা ২১ আগষ্টত বোকাখাত মহকুমা কৃষি বিভাগৰ কার্যালয়লৈ আহি ঘটনাৰ সবিশেষ জনােৱাৰ পাছতহে প্ৰৱঞ্চিত হােৱাৰ তথ্য পােহৰলৈ আহিছে। প্রাপ্ত অভিযোগ মতে, যোৱা ২৯ জুলাইত গগৈৰ ঘৰলৈ দুজন ব্যক্তি আহি জনালে যে তেওঁলােক কৃষি বিভাগৰ কৰ্মচাৰী আৰু ৰেৱ গগৈৰ নামত মুঠ প্ৰায় ২৮,০০০ টকা দামৰ এটা পাম্পছেটৰ নলীনাদসহ অনুমােদন হৈছে। কৃষকজনে ৭,৫০০ টকা দিলেই বাকী ধন ৰেহাই হ’ব। কৃষকজনে প্রথমে ইতস্ততঃ কৰিছিল।

কিন্তু ছদ্মবেশী ব্যক্তি দুজনে জানালে যে তেওঁৰ নাম স্থানীয় কৃষি সম্প্রসাৰণ কর্মী জনে গাঁও সভাত দি অনুমোদন কৰাই থৈছে। এতিয়া যদি তেওঁ সুবিধাটো নলয়, তেনেহলে লিখি দিব লাগিব। কাৰণ তেওঁৰ নামত অনুমােদন হােৱা সামগ্রী বিভাগে আনক দিব নােৱাৰে আৰু এনে কৰিলে তেওঁ ভৱিষ্যতে আন সুবিধাৰ পৰা বঞ্চিত হ’ব। অভ্যাগত দুজনৰ কথাত ৰেৱ গগৈ পতিয়ন যায় আৰু অৰ ত’ৰ পৰা সংগ্ৰহ কৰি ৭,৫০০ টকা মানুহ দুজনৰ হাতত তুলি দিলে।

মানুহ দুজনে ছীল মাৰি এখন ৰচিদ দিলে, লগতে দিলে এখন ছইল হেলথ কার্ড (Soil health card), যিখন কার্ড হাতত থাকলে ভবিষ্যতে পাৱাৰ টিলাৰ, ট্রেক্টৰ, ৰাসায়নিক সাৰ আদি ৰেহাই মূল্যত পাব বুলি কৃষকজনক জনায়। প্ৰৱঞ্চক দুজনে কৃষকজনে দিয়া টকাখিনি লৈ উভতি গ’ল, লগতে আশ্বাস দি গ’ল যে ১২ আগষ্টত নলীনাদৰ পাইপসহ কৃষকজনৰ ঘৰত পৰিবহি। ১৬ আগষ্টত চাৰিজন মানুহ আহি পথাৰত নলীনাদ স্থাপন আৰু পাম্প ছেট প্রদান কৰিবহি।

১৭ আগষ্টলৈকে প্ৰৱঞ্চক ব্যক্তি দুজনৰ পৰা কোনােসামগ্রী নােপােৱাত আৰু তেওঁলােকে দিয়া ফোন নম্বৰটো (৮৪৮৬৭-৫৭৬৪৭) অনবৰতে ছুইচ অফ দেখুওৱাৰ বাবে সন্দেহবশতঃ কৃষকজনে যোৱা ২১আগষ্টত মহকুমা কৃষি কার্যালয়ত উপস্থিত হয়। কৃষি বিভাগৰ বিষয়াসকলে নথিসমূহ পৰীক্ষা কৰি চোৱাত নিশ্চিত হয় যে ৰেৱ গগৈ প্ৰৱঞ্চিত হৈছে। কৃষকজনক উক্ত ব্যক্তি দুজনে দিয়া ‘প্রাপ্ত ৰছিদ’খন ভুল বানানেৰে ভৰা ভুৱা ৰচিদ আৰু কৃষকজনক প্ৰৱঞ্চক দুজনে দি যােৱা ছইল হেলথ কার্ডখনাে ভুৱা। কাৰণ কৃষকৰ মাটি পৰীক্ষা নকৰাকৈ কোনেও ছইল হেল্থ কার্ড দিব নােৱাৰে। নিজে সাৱধান নােহােৱা বাবে কৃষকজন প্ৰৱঞ্চিত হ’ল আৰু আন কৃষক যাতে এনে প্ৰৱঞ্চকৰ জালত নপৰে, তাৰ বাবে মহকুমা কৃষি বিভাগে সাৱধান কৰি দিছে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা
Assam

Atul Bora : অতুল বৰা হ’ব অগপ বিধায়িনী দলৰ নেতা

by News Desk
May 6, 2026
50
Assam CM : মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ ভিডিঅ’, উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি জনস্বাৰ্থৰ গোচৰ
Assam

Himanta Biswa Sarma I মমতাক অপসাৰণ কৰিব লাগে, পদত্যাগ নকৰা প্ৰসংগত বিস্ফোৰক অসমৰ মুখ্যমন্ত্ৰী

by Staff Reporter
May 6, 2026
50
Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা
Assam

Assam Assembly : বিৰোধী দলপতি অবিহনেই এইবাৰ গঠন হ’ব নেকি অসম বিধানসভা

by News Desk
May 5, 2026
50
Assam Elections 2026 : বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
Assam

Assam Election results I অসমৰ সকলো ভাই-ভনীক আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ; পুনৰ শাসনভাৰ দখলৰ পিছত প্ৰধানমন্ত্ৰী মোদী

by Staff Reporter
May 5, 2026
50
Assembly elections 2026 I অসমত এগজিট প’ল অনুসৰি প্ৰাৰম্ভিক প্ৰৱণতা, বংগত পট পৰিৱৰ্তনৰ সম্ভাৱনা
Assam

Assam Election 2026 I এইবাৰৰ নিৰ্বাচনত জয়ী হোৱা প্ৰাৰ্থীসকল

by Staff Reporter
May 5, 2026
50
Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা
Assam

Asssam Election Result : বোকাখাত ১০৫ নং বিধানসভা সমষ্টিৰ পৰা ৬০,৫৩৭ ভোটৰ ব্যৱধানত তৃতীয় বাৰৰ বাবে নিৰ্বাচিত অতুল বৰা

by News Desk
May 4, 2026
50
ADVERTISEMENT
Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms
National-International

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
50
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩
NORTHEAST

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
50
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত
National-International

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026
50
‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ
National-International

‎জল জীৱন মিছনৰ কেলেংকাৰীত ৰাজস্থানৰ প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী মহেশ যোশীক গ্ৰেপ্তাৰ

May 7, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Empowering Voters: ECI Introduces Mobile Deposit Facility and Streamlines Canvassing Norms

Election Commission of India I নিৰ্বাচন আয়ুক্ত নিযুক্তি প্ৰক্ৰিয়াৰ মুখ্য ন্যায়াধীশ বাতিল সম্পৰ্কীয় গোচৰত কেন্দ্ৰৰ আবেদন খাৰিজ উচ্চতম ন্যায়ালয়ৰ

May 7, 2026
Manipur violence : মণিপুৰৰ বিষ্ণুপুৰ জিলাত ধাৰাবাহিক বিস্ফোৰণত আহত ৩

‎ম্যানমাৰ সীমান্তৰ মণিপুৰৰ কামজঙত নতুন ড্ৰোন আক্ৰমণ, জ্বলাই দিয়া হৈছে ঘৰ

May 7, 2026
‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

‎এছিয়ান গেমছ ২০৩৮ আয়োজনৰ দৌৰত প্ৰৱেশ ভাৰত

May 7, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx