ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জিম কৰাৰ আগতে প্ৰাণায়ম কৰাটো বৰ জৰুৰী

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2019
Reading Time: 1 min read
A A
0
জিম কৰাৰ আগতে প্ৰাণায়ম কৰাটো বৰ জৰুৰী

এগৰাকী জনপ্ৰিয় অভিনেতাৰ লগতে সমৰকলাৰ ক্ষেত্ৰতো বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা একচন পৰিচালক প্ৰধান দেউৰীৰে আমাৰ আছুতীয়া সাক্ষাৎকাৰত শৰীৰ চৰ্চা সম্পৰ্কত কয় যে তেওঁ ৰাতিপুৱা শুই উঠি ২/৩ গিলাচ পানী খায়। ইয়াৰ পাছত এল’ভেৰা আৰু আমলখিৰ চৰ্বত খাই আৰু তেনেধৰণে আৰম্ভ কৰে দৈনিক সুস্থ খাদ্যসূচী।

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

IMG 20190819 WA0007 | ASSAM TIMES POST

“…অভিনয়ৰ ওপৰত দক্ষতা থকাৰ লগতে শৰীৰ চৰ্চাও বৰ দৰকাৰী কাৰণ সুস্থ শৰীৰত হে সুস্থ মনে বাহ লয়। যিহেতু শিল্পী হ’বলৈ সুন্দৰ মন এটাৰ প্ৰয়োজন…”

প্ৰধান দেউৰীয়ে তিনি ধৰণৰ ব্যায়াম কৰে যথা প্ৰাণায়ম, সমৰকলা আৰু জিম। প্ৰাণায়ম কৰিলে ধৈয্য বৃদ্ধি হোৱাৰ ওপৰিও বিভিন্ন বেমাৰ প্ৰতিৰোধ হয়। অৱশ্যে সমৰকলা আৰু প্ৰাণায়ম কৰিলে মাচুল(পেশী) বৃদ্ধি নহয়। গতিকে আকৰ্ষণীয় মাচুলৰ বাবে তেওঁ জিমলৈ যায়। তেওঁ সপ্তাহত ৫ দিন জিমলৈ যায়।

IMG 20190819 WA0009 | ASSAM TIMES POST

অৱশ্যে বহুতে জিম কৰি প্ৰাণায়ম নকৰাৰ প্ৰসংগত তেওঁ কয় যে জিম কৰাৰ আগতে প্ৰাণায়ম কৰাটো বৰ জৰুৰী। সেইবাবে তেওঁ জিম কৰাৰ আগতে প্ৰাণায়ম কৰে। সমৰকলাৰ চৰ্চা কৰে কামৰ ওপৰত নিৰ্ভৰ কৰি। উল্লেখযোগ্য যে প্ৰতিবৰ্ষৰ দৰে এই বৰ্ষতো প্ৰধান দেউৰী ব্যস্ত আছে কেইবাখনো ভ্ৰাম্যমাণৰ সমৰকলা তথা একচনৰ পৰিচালক হিচাপে।

IMG 20190819 WA0008 | ASSAM TIMES POST

অভিনয় জগতত কাম কৰিবলৈ হেঁপাহ কৰা নতুন যুৱক-যুৱতীসকলক তেওঁ কয় যে ইয়াৰ বাবে অভিনয়ৰ ওপৰত দক্ষতা থকাৰ লগতে শৰীৰ চৰ্চাও বৰ দৰকাৰী কাৰণ সুস্থ শৰীৰত হে সুস্থ মনে বাহ লয়। যিহেতু শিল্পী হ’বলৈ সুন্দৰ মন এটাৰ প্ৰয়োজন, গতিকে দৈনিক শৰীৰ চৰ্চাই তেওঁলোকক সুন্দৰ হোৱাত সহায় কৰাৰ লগতে সফল অভিনেতা হোৱাটো যথেষ্ট সহায় কৰিব।

IMG 20190819 WA0006 | ASSAM TIMES POST

তদুপৰি প্ৰধান দেউৰীয়ে কয়, ‘সাধাৰণ লোকেও নিজকে সুস্থ আৰু বহু দিনলৈ সুন্দৰকৈ ৰাখিবলৈ কিছু সময়ৰ বাবে হ’লেও শৰীৰ চৰ্চা কৰাটো জৰুৰী। শৰীৰ চৰ্চাৰ ফলত ব্যক্তিৰ দেহৰ পৰা এক হৰমন নিঃসৰিত হয় যি হৰমনে ব্যক্তিক দিনটোলৈ কাম কৰাৰ বাবে আনন্দ দিয়ে।’ লগতে কয় যে অভিনয় কৰা সময় বোৰৰ বাহিৰে তেওঁ আন সময়ত মেক-আপ নকৰে। তেওঁৰ মতে মানুহৰ মনটো সুন্দৰ হ’লে প্ৰসাধন নকৰাকৈও ব্যক্তিক ধুনীয়া দেখা যায়।

(পৰৱৰ্তী আলোচনাতঃ শিশুৰ বাবে ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান?)

Share7Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
ADVERTISEMENT
Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ
National-International

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
50
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য
National-International

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
50
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ
National-International

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026
50
Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ
National-International

Adani bribery case : আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ খাৰিজ আমেৰিকাৰ আদালতৰ, কিন্তু ট্ৰাম্প প্ৰশাসনৰ সিদ্ধান্তক লৈ প্ৰশ্ন ন্যায়াধীশৰ

August 11, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

Vande Mataram Bill : বন্দে মাতৰমক অপমান কৰাটো শাস্তিযোগ্য অপৰাধ, বিধেয়কত অনুমোদন ৰাষ্ট্ৰপতিৰ

August 11, 2026
CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

CJP protest : পঁইতাচোৰাৰ সংসদ অভিযানৰ দিনা পেলেট গানৰ‌ গুলীত কমেও ১০ জন লোক আহত, আৰটিআইৰ উত্তৰত চিকিৎসালয়ৰ তথ্য

August 11, 2026
Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

Jharkhand protest : বিজেপিৰ ঝাৰখণ্ড বন্ধক লৈ তীব্ৰ উত্তেজনা; টায়াৰ জ্বলাই ৰাঁচীত প্ৰতিবাদ, শতাধিক এবিভিপি কৰ্মীক গ্ৰেপ্তাৰ

August 11, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx