ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ডায়েবেটিছত কেনে খাদ্যাভ্যাসৰ প্ৰয়োজন

ASSAM TIMES POST by ASSAM TIMES POST
October 31, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ডায়েবেটিছত কেনে খাদ্যাভ্যাসৰ প্ৰয়োজন

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

ডায়েবেটিছ হ’লে মিঠাতো বাদেই, ভাত–আলুও নাথাকে খাদ্য তালিকাত। উপস্থিত হয় ‘ছুপাৰ ফুড’। কেৰেলা–লাউৰ ৰস, মেথি ভিজোৱা পানী, কেঁচা হালধিসহ শাক–প্চলি। চৰবত, ঠাণ্ডা পানীয়ৰ স্থানত আহে আমলা–এলোভেৰা জুইচ।

মাছ–মাংসৰ অৱস্থাও তথৈবচ। ৰেড মিটৰ প্রশ্নতো নায়েই।এটা কণী খাব গ’লেও হাজাৰটা প্রশ্ন। তৈলাক্ত মাছত উচ্চ কেলৰি, সেয়ে সেয়াও প্রায় নিষেধ।
তেনেহ’লে খাব কি? ডায়েবেটিক ডায়েট? কিন্তু বিজ্ঞানীসকলে যি কৈছে ডায়েবেটিক ডায়েট বুলি একো নাই।

ডায়েবেটিছত আলু খাব পাৰেনে?

740 eat prevent manage diabetes healthy foods.web | ASSAM TIMES POSTহৰমোন বিশেষজ্ঞ সতীনাথ মুখাৰ্জীৰ মতে, ‘‘চাউল–গমৰ দৰে আলুও ষ্টার্চ। তেনেহ’লে ডায়েবেটিছ হ’লে যদি ভাত–ৰুটিত বাধা নাই, আলুত কিয়? বিশেষকৈ য’ত ১০০ গ্রাম চাউল–গমত আছে ৩৪০ কেলৰি আৰু আলুত ১০০ কেলৰি। ইয়াৰ উপৰি আলুত আছে ক্লোৰোজেনিক এচিড, যিয়ে ইনছুলিন ৰেজিষ্টেন্স কমাই ডায়েবেটিকসকলৰ উপকাৰ কৰে।

অৱশ্যে আলুত গ্লাইছিমিক ইনডেক্স (জিআই) বেছি।অর্থাৎ ৰক্তত অতি সোনকালে ছুগাৰ বঢ়াই দিয়ে।কিন্তু নিয়মমতে খালে আৰু লগতে অন্য শাক–পাচলি মিহলাই ল’লে ফাইবাৰৰ বাবে সম্পূৰ্ণ খাদ্যৰ জিআই কমি যায়।তেতিয়া তাক নিশ্চিন্তে খাব পৰা যায়।’’

পুষ্টিবিদ প্রিয়ঙ্কা মিশ্রই কয়, ‘’আলু ভাজা নহয়, খাব লাগিব সিদ্ধ কৰি বা তৰকাৰী কৰি।আনহাতে, কেৱল আলু–ভাত নাখায় আলু–উহাই, আলু–পটল বা আলু–বেঙেনা ভাত খালে পুষ্টি যেনেদৰে বেছি পাব, সোনকালে ছুগাৰো নাবাঢ়ে।আৰু কোনোবা দিনা যদি আলু সিদ্ধ বা আলুৰ তৰকাৰী খোৱাৰ ইচ্ছা থাকে, সিদিনা ভাত–ৰুটি অলপ কম খালেই সমস্যা সমাধান হ’ব।’’

ফাইবাৰসমৃদ্ধ সুষম খাদ্য খাব লাগিব

বহুতে ভাবে, ডায়েবেটিছ হ’লে কার্বোহাইড্রেট আৰু ফেট কমাই খাব লাগে, কথাটো তেনে নহয়। মুঠ কেলৰিৰ ৫০ শতাংশৰ বেছি কার্বহাইড্ৰেটৰ পৰা নাহিলেই হ’ল আৰু সেয়া যেন ফাইবাৰসমৃদ্ধ হয়।সেয়ে ময়দাৰ সলনি হ’ল-গ্রেইন আটা, বগা চাউলৰ সলনি ব্রাউন বা ৱাইল্ড ৰাইচ, বগা পাউৰুটিৰ সলনি ব্রাউন ব্রেড, ফলৰ ৰসৰ সলনি গোটা ফল খাবলৈ কোৱা হয়।পাচলি, দাইল খাব লাগে।

পাচলি আৰু ফল দিনত ১০০ গ্রামমান খোৱা দৰকাৰ।আম–কলো মাজে-সময়ে দুই–এক টুকুৰা খাব পাৰে।মিঠাও ন মাহ ছয় মাহত খাব পাৰে।কিন্তু ভৰা পেটত, ফাইবাৰসমৃদ্ধ খাদ্যৰ লগত।

কিডনি ঠিকে থাকিলে প্রতি কেজি ওজনৰ বাবে এক গ্রামৰ হিচাবত খাওক।কণীৰ কুহুম বাদ নিদিব, গোটা কণী খাওক প্ৰতিদিনে।মাছ খাওক দিনত ১০০ গ্রামমানকৈ।চিকেনৰ বুকুৰ অংশ খাব পাৰে।ৰেড মিট একেবাৰে বাদ নিদিব।মাংসৰ কম চর্বিৰ অংশ মাহ-দুমাহত এবাৰ খাব পাৰে।

সৌজন্য : আনন্দবজাৰ পত্ৰিকা

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান
Lifestyle

Retirement Readiness Index : অৱসৰৰ প্ৰস্তুতি সূচকাংকৰ শীৰ্ষত পূব ভাৰত, ৰাষ্ট্ৰীয় গড়তকৈ উৰ্ধ্বত অৱস্থান

by News Desk
March 26, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx