ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : তেঁতেলি খোৱাৰ উপকাৰিতা

ASSAM TIMES POST by ASSAM TIMES POST
October 30, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : তেঁতেলি খোৱাৰ উপকাৰিতা

logo new 2 1 1 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

শৰীৰৰ গুৰুত্বপূর্ণ অঙ্গসমূহৰ কর্মক্ষমতা বঢ়াবলৈ তেঁতেলিলৰ মহিমা অপাৰ। ইয়াত আছে এন্টি-ইনফ্লেমেটৰি উপাদান যিয়ে দেহৰ প্রদাহ কমাই বিভিন্ন ৰোগ দূৰত ৰাখে। দৃষ্টিশক্তি, ছাল বা শাৰীৰিক নানা সমস্যাত এই ফলবিধে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। সেয়ে ৰোগমুক্ত সুস্থ শৰীৰৰ বাবে নিয়মিত তেঁতেলি খাব পাৰে।

তেঁতেলিত আছে প্রচুৰ মাত্রাত ভিটামিন চি, ই আৰু বি। তাৰ লগতে আছে কেলচিয়াম, আয়ৰন, ফছফৰাছ, পটাচিয়াম, মেঙ্গানিজ আৰু ডায়েটাৰী ফাইবাৰ। শক্তাশালী সকলো এন্টিঅক্সিডন্টো আছে ফলবিধত। সম্পূৰ্ণ ১ মাহ তেঁতেলি খালে আমাৰ দেহত অকল্পনীয় পৰিৱৰ্তন আহে।

tamarind 144022437596 650 082215115126 1 | ASSAM TIMES POST

১. হজম ক্ষমতা বঢ়ায়

তেঁতেলিৰ ডায়েটাৰী ফাইবাৰে হজমত সহায়ক এচিডৰ ক্ষৰণ নিশ্চিত কৰে। ফলত হজম শক্তি বৃদ্ধি পায়। ইয়াৰ উপৰি তেঁতেলিৰ বিলিয়াছ ছাবষ্টেন্সেও আমাৰ হজম প্রক্রিয়াক ত্বৰান্বিত আৰু বদহজমৰ আশঙ্কা হ্রাস কৰে। ক্রনিক কনষ্টিপেচনৰ দৰে সমস্যা দূৰ কৰিবলৈও তেঁতেলি অসাধাৰণ কামত আহে। এক কথাত পেটৰ ভিতৰত চলা সৰু-ডাঙৰ প্রতিটো কামৰ ক্ষেত্রত ভূমিকা ৰাখে এই ফলটোৱে। ফলত যিকোনো ধৰণৰ পেটৰ ৰোগ হোৱাৰ আশঙ্কা হ্রাস পায়।

২. হৃৎপিণ্ড সতেজ হৈ উঠে

ৰক্তচাপ বাঢ়িলে তাৎক্ষণিকভাবে তেঁতেলি খাবলৈ কয় ডাঙৰসকলে। কিন্তু ইয়াৰ পৰা কোনো উপকাৰ হয় বুলি জনা নাযায়। কিন্তু নিয়মিত খালে উপকাৰ যে পোৱা যায় এইটো প্রমাণিত। তেঁতেলিৰ বিভিন্ন ভিটামিন আৰু খনিজে ব্লাড প্রেছাৰ নিয়ন্ত্রণত ৰাখিবলৈ সহায় কৰে। তাৰ লগতে তেজত উপস্থিত অদৰকাৰী কেলেষ্টেৰলৰ মাত্রা কমায়। আপোনালোক সকলোৱেই জানে যে, হৃদপিণ্ডৰ কর্মক্ষমতা কমোৱাত ব্লাড প্রেছাৰ আৰু কেলেষ্টেৰলে নেতিবাচক ভূমিকা পালন কৰে। সেয়ে শৰীৰে যেতিয়া এই দুই ক্ষতিকৰ ৰোগৰ পৰা দূৰত থাকে, তেতিয়া স্বাভাবিকভাবেই হার্টৰ স্বাস্থ্যৰ উন্নতি হয়। নিশ্চই বুজিব পাৰিছে তেঁতেলি খোৱাটো কিমান উপকাৰী।

৩. ৰক্ত প্রবাহৰ উন্নতি ঘটে

তেঁতেলিত আছে প্রচুৰ মাত্রাত আয়ৰন, যিয়ে শৰীৰৰ লোহিত ৰক্ত কণিকাৰ পৰিমাণ বঢ়ায়। ফলত দেহত ৰক্তহীনতা দূৰ কৰে। আমাৰ দেশৰ সিংহভাগ নাৰীয়েই এনিমিয়াৰ চিকাৰ। সেয়ে ইয়াত তেঁতেলি খোৱাৰ প্রয়োজনীয়তা যেন আৰু বহু বেছি। আৰু তেঁতেলি যিহেতু নাৰীসকলৰ খুব পছন্দৰ সেয়ে ৰক্তহীনতাত আক্রান্ত হোৱাৰ পূৰ্বেই নিয়মিত তেঁতেলি খায় তাত প্রতিৰোধ কৰা সম্ভৱ।

৪. নার্ভৰ কর্মক্ষমতা বাঢ়ে

বি কমপ্লেক্স হ’ল এনে ভিটামিন, যিয়ে মস্তিষ্কৰ কাৰ্য উন্নত কৰাৰ কামত অংশ লয়। এই ভিটামিনবিধে দেহৰ স্নায়ুকোষৰ শক্তি বঢ়ায়। ফলত স্বাভাবিকভাবেই কগনেটিভ ফাংচনত উন্নতি ঘটে। লগতে বুদ্ধি আৰু স্মৃতিশক্তিও বঢ়াবলৈ আৰম্ভ কৰে। তেঁতেলিত বি কমপ্লেক্স ভিটামনি প্রচুৰ মাত্রাত আছে।

৫. ওজন হ্রাসত সহায় কৰে

তেঁতেলিয়ে আমাৰ দেহত হাইড্রোক্সিচিট্রিক এচিড বা এইচ চি এৰ মাত্রা বৃদ্ধি কৰে। এই উপাদানবিধে শৰীৰৰ অতিৰিক্ত চর্বি আঁতৰাই ওজন কমোৱাত বিশেষ ভূমিকা পালন কৰে। ইয়াতেই শেষ নহয়, তেঁতেলি খোৱা আৰম্ভ কৰিলে ইয়াৰ ফাইবাৰে চৰ্বি কমায়। সেয়ে যিসকলে ওজন কমাবলৈ চেষ্টা কৰিছে তেওঁলোকে নিয়মিত তেঁতেলি খাব পাৰে।

৬. ডায়েবেটিছ নিয়ন্ত্রণত ৰাখে

প্ৰত্যক্ষভাৱে নহ’লেও পৰোক্ষভাবে ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখিবলৈ তেঁতেলিয়ে অসাধাৰণ কাম কৰে। ফলবিধে কার্বোহাইড্রেটৰ শোষণ মাত্রা কমাই দিবলৈ সক্ষম। ফলত ডায়েবেটিছত আক্রান্ত হোৱাৰ আশঙ্কা হ্রাস পায়। এতিয়া প্রশ্ন কৰিব পাৰে কার্বোহাইড্রেটৰ সৈতে ছুগাৰৰ কি সম্পর্ক? শৰীৰত কার্বোহাইড্রেটৰ মাত্রা বাঢ়ি থাকিলে সেয়া ভাঙি ৰক্তত শর্কৰাৰ মাত্রাও বৃদ্ধি কৰে। সেই কাৰণে অনিয়ন্ত্রিত মাত্রাত কার্বোহাইড্রেট সমৃদ্ধ খাদ্য খাবলৈ মানা কৰে চিকিৎসকসকলে।

৭. ৰোগ প্রতিরোধ ক্ষমতা অধিক শক্তিশালী হৈ উঠে

প্রচুৰ মাত্রাত ভিটামিন চি থকাত তেঁতেলিয়ে শৰীৰত এন্টিঅক্সিডেন্ট বৃদ্ধি কৰে। ফলত ৰোগ প্রতিৰোধ ক্ষমতা ইমান শক্তিশালী হৈ উঠে যে কেৱল সংক্রমণ নহয়, সৰু-ডাঙৰ কোনো ৰোগেই ওচৰ চাপিব নোৱাৰে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx