ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ অন্যতম অভিযুক্ত ব্যৱসায়ী অক্ষয় চান্দ বৈদ্য অৱশেষত গ্ৰেপ্তাৰ।গুৱাহাটী এপ’ল হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বৈদ্যক।
চি আই ডিয়ে গ্ৰেপ্তাৰ কৰি কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হৈছে অভিযুক্ত গৰাকীক।উল্লেখ ৪ দিনৰ চি আই ডি জিম্মাত বিচাৰিছে বৈদ্যক।












