ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কোটি টকাৰ গৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Staff Reporter by Staff Reporter
October 15, 2020
Reading Time: 1 min read
A A
0
কাইলৈ নৱবৰ্ষৰ প্ৰথম দিনটোত দেশবাসীক সম্বোধন কৰিব প্ৰধান মন্ত্ৰীয়ে

logo new 2 1 1 2 | ASSAM TIMES POST

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

নিউজ ডেস্কঃ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কোটি টকাৰ গৰাকী৷ প্ৰধানমন্ত্ৰীৰ মন্ত্ৰালয়ৰ পৰা কোৱা হৈছে, এই মুহূৰ্তত মোডীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২ কোটি ৮৫ লাখ টকা৷ যোৱা বছৰতকৈ এই বছৰ মোডীৰ সম্পত্তিৰ পৰিমাণ ৩৬ লাখ টকা বাঢ়িছে৷ অভাবী ঘৰৰ সন্তান বুলি পৰিচিত নৰেন্দ্ৰ মোডীৰ আন এক পৰিচয় হ’ল চাহৱালা৷ এই পৰিচয়ৰে তেওঁ ৰাজনীতিত প্ৰতিষ্ঠা কৰিছে৷ দীর্ঘদিন গুজৰাটৰ মুখ্যমন্ত্রী আছিল তেওঁ৷ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে ৬ বছৰ পাৰ কৰিছে৷

এই মুহূর্তত কোটিপতি হৈ পৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ২ কোটি ৮৫ লাখ টকা৷ ইয়াৰ আগৰ বছৰত আছিল ২ কোটি ৪৯ লাখ টকা৷ অৰ্থাৎ যোৱা এবছৰত মোডীৰ সম্পত্তিৰ পৰিমাণ বাঢ়িল ৩৬ লাখ টকা৷ এই বছৰ মোডীৰ বেংক বেলেন্স বাঢ়িছে ৩ লাখ টকা৷ আনহাতে ৩৩ লাখ টকা তেওঁ স্থায়ী বিনিয়োগৰ পৰা পাইছে৷ উল্লেখ্য, ইয়াৰ আগেয়ে ২০১৪ আৰু ২০১৯ চনৰ লোকসভা নির্বাচনৰ সময়ত নিজৰ সম্পত্তিৰ হিচাপ দিছিল মোডীয়ে৷ য’ত দেখা গৈছিল মাত্ৰ ৫ বছৰত তেওঁৰ সম্পত্তি ৫২ শতাংশ বাঢ়িছে৷ আনহাতে সম্পত্তি কমিছে গৃহমন্ত্ৰী অমিত শ্বাহৰ৷ ২০১৯ চনত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সম্পত্তি আছিল ৩২.৩ কোটি টকা৷

২০২০ চনৰ জুন মাহত অমিত শ্বাহৰ সম্পত্তি ২৮.৬৩ কোটি টকা কমিছে৷ অমিত শ্বাহৰ পতৎ সোণালী শ্বাহৰ সম্পত্তিৰ পৰিমাণ যোৱা বছৰতকৈ সামান্য কমিছে৷ সোণালী শ্বাহৰ সম্পত্তিৰ পৰিমাণ যোৱা বছৰ ৯ কোটি আছিল৷ এইবাৰ কমি ৮ কোটি ৫৩ লাখ টকা হয়৷

Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx