
আজিৰে পৰা ভক্তৰ বাবে পুনৰ মুকলি মা কামাখ্যা দেৱালয়। ক’ভিড প্ৰট’কল মানি মা কামাখ্যা দৰ্শন কৰিব পাৰিব ভক্তই। দেৱালয়ত প্ৰৱেশৰ সময়ত এন্টিজেন টেষ্ট কৰাটো বাধ্যতামূলক। ১৫ মিনিটতকৈ অধিক সময় ভক্তসকল থাকিব নোৱাৰিব দেৱালয় ভিতৰত। অৱশ্যে মা কামাখ্যা মূলদ্বাৰ বৰ্তমানো ভক্ত বাবে বন্ধ থাকিব। ২৪ মাৰ্চ পৰা বন্ধ হৈ আছিল দেৱালয়।











