ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম আৰক্ষী উপ-পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা অন্যতম কেলেংকাৰী সৰোজ শৰ্মা গ্ৰেপ্তাৰ। গুৱাহাটী বৰঝাৰ বিমানবন্দৰ পৰা ক্ৰাইম ব্ৰান্সৰ হাতত গ্ৰেপ্তাৰ হৈছে ধৃত শৰ্মা।উল্লেখ ২০ছেপ্টেম্বৰ পৰা আত্মগোপন কৰি আছিল শর্মাই।প্ৰাপ্ত খবৰ অনুসৰি ৰাজ্য বাহিৰত পলাই আছিল শৰ্মাই।বিমানযোগে অসমলৈ ঘূৰি অহা সময়তে গ্ৰেপ্তাৰ হৈছে ধৃত অভিযুক্ত গৰাকী।
গুৰুত্বপূৰ্ণ কথা শৰ্মা আছিল পৰীক্ষা অনুষ্ঠিত কৰা অক্ষয় টেলিকমিউনিকেচনৰ সৈতে জড়িত।দিল্লী পৰা অসমলৈ উভতি অহা সময়তে বিমানবন্দ ভিতৰতে শৰ্মাক গ্ৰেপ্তাৰ কৰি গুৱাহাটী ক্ৰাইম ব্রান্সৰ কাৰ্যলয়লৈ ইতিমধ্যে অনা হৈছে ।