নিউজ ডেক্স:
কাৰাবন্দী কৃষক অখিল গগৈ সোমবাৰে জামিনৰ শুনানি।গুৱাহাটী উচ্চ ন্যায়ালয়ত ৯ মাহ কাৰাবন্দী হৈ থকা কৃষক নেতা গৰাকী জামিনৰ শুনানি গ্ৰহণ কৰা হ’ব।
ভিডি’অ কনফাৰেন্সৰ জৰিয়তে গ্ৰহণ কৰা হ’ব শুনানি।শুনানিত অংশগ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা পি.এছ নৰসিংহ আৰু অধিবক্তা ৰুণা ভুঞাই।
উল্লেখ নিয়া গোচৰত দীৰ্ঘদিন বন্দী হৈ থকা কৃষক নেতা গৰাকী মুকলি আকাশৰ তললৈ আহিব নাই সেই সন্দৰ্ভত সোমবাৰে হ’ব পাৰে গুৰুত্ব পুৰ্ণ শুনানি।












