নিউজ ডেস্ক:
তৰুণ গগৈ বৰ্তমান চিকিৎসাধীন হৈ আছে জিএমচিএইচত। তেওঁৰ চিকিৎসাৰ বাবে এইবাৰ গুৱাহাটীত উপস্থিত হৈছে এইমছৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক। আনন্দ কুমাৰ নামৰ পালমনাৰী বিভাগৰ চিকিৎসকজনে গুৱাহাটীত তৰুণ গগৈৰ চিকিৎসা তদাৰক কৰিব।
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx