
বিশ্বকৰ্মা পূজা আৰু মহালয়াক লৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি। ক’ভিড নিয়ম মানি পালন কৰিব লাগিব পূজা। একে সময়ত তিনিজন মানুহে কৰি পাৰিব পূজা। একেদৰে পূজা মণ্ডপত উপস্থিত থাকিব পাৰিব কেৱল মাত্ৰ ১৫ জন লোক।
ইয়াৰ উপৰিও ক’ৰনা নীতি নিয়ম পালন কৰি পূৰ্ব দৰে খিচিৰি সলনি প্ৰসাদ বিতৰণ কৰা আহ্বান জিলা প্ৰশাসনৰ। উল্লেখ বুধবাৰে পালন কৰা হ’ব বিশ্বকৰ্মা পূজা।লগতে মহালয়া সময়তো জনতাই পাল কৰিব লাগিব এই সমূহ নিয়ম।













