ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰ্বি আংলঙৰ কাকচাঙত শোকাবহ ঘটনা : জলপ্ৰপাতৰ পানীত পৰি দুই যুৱকৰ সলিল সমাধি

ASSAM TIMES POST by ASSAM TIMES POST
September 6, 2020
Reading Time: 1 min read
A A
0
কাৰ্বি আংলঙৰ কাকচাঙত শোকাবহ ঘটনা : জলপ্ৰপাতৰ পানীত পৰি দুই যুৱকৰ সলিল সমাধি

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

অজন্তা তালুকদাৰ:

বোকাখাত : কাজিৰঙা পৰ্যটনত নতুনকৈ সংযোজিত হোৱা বোকাখাতৰ নিকতবৰ্তী কাকচাং জলপ্ৰপাতলৈ আহি মৃত্যু হৈছে দুজনকৈ যুৱকৰ৷ আজি বিয়লি সংঘটিত হৈছে এই কৰুণ ঘটনাটো৷ উল্লেখ্য যে বোকাখাত চহৰৰ পৰা ১৫ কি: মি: নিলগত কাৰ্বি আংলঙৰ কাকচাঙৰ কাইফলাংচু জলপ্ৰপাত৷ কাজিৰঙা দৰ্শন কৰিবলৈ অহা বিভিন্নগৰাকী পৰ্যটক উপস্থিত হয় এই জলপ্ৰপাতত৷

আনকি, এই গৰমৰ সময়তো প্ৰকৃতিৰ স’তে একাত্ম হ’বলৈ বিভিন্নজন লোক আহে এই জলপ্ৰপাতলৈ৷ কাৰ্বি পাহাৰৰ অত্যন্ত সুন্দৰ পৰিৱেশত থকা এই কাকচাঙৰ কাইফলাংচু জলপ্ৰপাততে সংঘটিত হৈছে পুনৰ এক অঘটন৷ প্ৰাপ্ত তথ্য মতে, জলপ্ৰপাতটোলৈ আজি বিয়লি ভাগত ফুৰিবলৈ গোলাঘাটৰ পৰা আহিছিল ৮ জনীয়া এটা যুৱকৰ দল৷ ফুৰ্তি-আনন্দৰ মাজতে গা পা ধুই থাকোতে হঠাৎ দলটোৰ দুজন যুৱক পানীত পৰি যায়৷

দলটোৰ গোলাঘাটৰ ষ্টেচন পথৰ বিভাকৰ নাগ (২০) আৰু টুকানী পাৰ্কৰ সুদীপ বাকচী (২২) নামৰ যুৱক দুজন সন্ধানহীন হোৱাত বন্ধুবৰ্গই বিচাৰ-খোচাৰ আৰম্ভ কৰে৷ কিন্তু, যোৱা নিশা হোৱা ধাৰাসাৰ বৰষুণৰ বাবে জলপ্ৰপাতটোত পানী বাঢ়ি আছিল৷

ইপিনে, সন্ধিয়া নামি অহাৰ পাছতো কোনো শুংসূত্ৰ নোলোৱাত সন্ধানহীন দুই যুৱকৰ বন্ধুবৰ্গ চিন্তিত হৈ পৰে৷ ইয়াৰ মাজতে কাৰ্বি আংলঙৰ ডলামৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়৷ নিশা বেছি হৈ অহাৰ বাবে আৰক্ষী অভিযান চলাব পৰা নাই যদিও ইতিমধ্যে পানীত পৰা দুই যুৱকৰ মৃত্যু হৈছে বুুলি এক চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷

আংলং

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ
KARBI ANGLONG

One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

by ASSAM TIMES POST
June 25, 2026
50
ADVERTISEMENT
Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল
National-International

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

June 30, 2026
50
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ
National-International

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026
50
Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ
National-International

Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

Yasin Malik case I কাশ্মীৰী পণ্ডিত মহিলাক ধৰ্ষণ কৰি হত্যাৰ ৩৬ বছৰৰ পাছত ইয়াছিন মালিকৰ বিৰুদ্ধে অভিযোগনামা দাখিল

June 30, 2026
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx