ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ছাত্ৰ-ছাত্ৰীৰ শিক্ষা গ্ৰহণত হোৱা ক্ষতি পুৰণৰ অৰ্থে দেওবাৰে পাঠদানৰ সম্ভাৱনা : ইংগিত শিক্ষা মন্ত্ৰীৰ

ASSAM TIMES POST by ASSAM TIMES POST
September 5, 2020
Reading Time: 1 min read
A A
0
চাহ বাগিচা শ্ৰমিকৰ একাউন্টত ৩ হাজাৰ কৈ টকা ১৫ নৱেম্বৰ ভিতৰত -ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

নিউজ ডেক্স: 

দেশৰ আন ৰাজ্যবোৰৰ লগতে অসমত এতিয়াও অব্যাহত আছে ক’ৰোনাৰ ভয়াৱহ সংক্ৰমণ। ক’ৰোনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ছমাহ ধৰি বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানবোৰ। ফলত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা গ্ৰহণত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে৷

ক’ৰোনা সংক্ৰমণ চলি থকাৰ মাজতে দেশৰ আন ৰাজ্যৰ লগতে অসমতো শিক্ষানুষ্ঠানবোৰ পুনৰ খোলিবলৈ চিন্তা-চৰ্চা অব্যাহত আছে৷ ইতিমধ্যে শিক্ষকসকলক ক’ৰোনা পৰীক্ষা কৰা হৈছে৷ লকডাউনৰ সময়তে শিক্ষানুষ্ঠানবোৰ বন্ধ হৈ পৰাৰ লগে লগে অনলাইনৰ জৰিয়তে শিক্ষকে পাঠদান আৰম্ভ কৰা হয়৷ কিন্তু এই ব্যৱস্থাত উপকৃত হ’ব পৰা নাই অধিকাংশ ছাত্ৰ-ছাত্ৰী।

ইপিনে ৰাজ্যত শনিবাৰৰ পৰা আৰম্ভ হ’ল আনল’ক ৪। কিছুদিন পিছতে ৰাজ্যৰ বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ খোলা হ’ব বুলি স্পষ্ট ইংগিত দিছে ৰাজ্য চৰকাৰে। বিগত ছমাহে পাঠদান বন্ধ থকাৰ বাবে যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে শিক্ষাৰ্থীসকল। সেই লোকচানৰ পৰা শিক্ষাৰ্থীক উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিছে শিক্ষা বিভাগে।

ফলত বিদ্যালয় খোলাৰ লাগে লাগে শনিবাৰ আৰু দেওবাৰেও পাঠদান কৰিব লাগিব শিক্ষকসকলে। শনিবাৰে ৫৯ সংখ্যক শিক্ষক দিৱসৰ দিনা এই ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত মন্ত্ৰীজনে কয় যে লকডাউনত ছাত্ৰ-ছাত্ৰীৰ ক্ষতি হোৱা সময়বোৰ ঘূৰাই দিবৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলে শনিবাৰ আৰু দেওবাৰে অবিৰামভাবে আহিব লাগিব বিদ্যালয় অথবা মহাবিদ্যালয়লৈ।

হয়তো বছৰটোৰ পাঠ্যক্ৰম শেষ নোহোৱা পৰ্যন্ত প্ৰতিটো শনিবাৰ আৰু দেওবাৰেও বিদ্যালয়লৈ আহিবলগীয়া হ’ব পাৰে শিক্ষকসকল। যোৱা সাতটা মাহে চিকিৎসকে জনসাধাৰণক পি পি ই কিট পিন্ধি সেৱা আগবঢ়াই অহাৰ নিচিনাকৈ বিদ্যালয় খোলাৰ পিছত তেনেদৰে সেৱা আগবঢ়াব লাগিব শিক্ষকসকলে।

Tags: Featured2
Share4Tweet3Send

Related Posts

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক
Guwahati

Assam UCC bill : অসম বিধানসভাত UCC বিধেয়ক

by News Desk
May 25, 2026
50
Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ
Guwahati

Leader of Oppositions : বিৰোধী দলপতি হিচাপে কংগ্ৰেছৰ ৱাজেদ আলী চৌধুৰীক অনুমোদন হাইকমাণ্ডৰ

by News Desk
May 21, 2026
50
Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ
Guwahati

Assam Assembly Session : অসম বিধানসভাৰ নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ

by News Desk
May 21, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা
Guwahati

Pawan Khera : গুৱাহাটীৰ অসম আৰক্ষীৰ অপৰাধ শাখাত হাজিৰ পৱন খেৰা

by News Desk
May 13, 2026
50
Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ
Guwahati

Assam new govt : ১২ মে’ত অসম চৰকাৰৰ শপত গ্ৰহণত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী মোদী-শ্বাহ

by News Desk
May 8, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx