ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

শিক্ষক দিৱসত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ঘোষণা

কার্বি আংলঙৰ অ-প্রাদেশীকৃত বিদ্যালয় শিক্ষকক প্রাপ্য প্রদান কৰা হ'ব

News Desk by News Desk
September 5, 2020
Reading Time: 1 min read
A A
0

ATP Logo | ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

ডিফু : কার্বি আংলং জিলাৰ অ-প্রাদেশীকৃত বিদ্যালয়সমূহৰ শিক্ষক-কর্মচাৰীসকললৈ সুখবৰ। কার্বি আংলং জিলা শিক্ষা বিভাগৰ দ্বাৰা আজি ডিফুৰ মাটিপুংস্থিত আৰবৰেটাম কাম ক্রাফ্ট চেন্টাৰত আয়োজিত শিক্ষক দিৱসৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মুখ্য কার্যবাহীগৰাকীয়ে জিলাখনৰ অ-প্রাদেশীকৃত বিদ্যালয়সমূহৰ সন্দর্ভত মন্তব্য কৰি কয় যে, পাহাৰীয়া জিলাখনৰ যিসমূহ অ-প্রাদেশীকৃত বিদ্যালয়-মহাবিদ্যালয়সমূহত ছাত্র-ছাত্রী আছে অথচ বিভিন্ন কাৰণত শিক্ষানুষ্ঠানসমূহ প্রাদেশীকৰণৰ আওতাত পৰা নাই এনেসমূহ শিক্ষানুষ্ঠানৰ কর্মৰত শিক্ষক-শিক্ষয়িত্রীসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ তথা বঞ্চিত নোহোৱাকৈ নিজৰ দায়িত্ব পালন কৰিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰৰ সৈতে পৰিষদৰ তৰফৰ পৰা ইতিমধ্যে আলোচনা কৰা হৈছে।
এইক্ষেত্রত ৰাজ্য চৰকাৰেও বিবেচনা কৰা বুলি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহীসদস্যগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে ।

উল্লেখযোগ্য যে, শিক্ষাৰ ক্ষেত্রত অনগ্রসৰ পাহাৰীয়া জিলাখনত শিক্ষাৰ মানদণ্ড উন্নীত কৰাৰ স্বার্থত বিদ্যালয়সমূহ প্রাদেশিকীকৰণৰ দাবী বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে। এনে এক প্রেক্ষাপটত পৰিষদৰ মুখ্যকার্যবাহীগৰাকীৰ এনে ঘোষণা বাৰুকৈয়ে গুকত্বপূর্ণ বিবেচিত হৈছে। আনহাতে, কাৰ্বি আংলঙৰ সকলো বিদ্যালয়লৈ গুণোৎসৱৰ মূল্যায়নৰ ভিত্তিত কেন্দ্রীয় চৰকাৰৰ পৰা লাভ কৰিবলগীয়া প্রায় যাঠি কোটি টকাৰ সাহায্য পুঁজি প্রদান কৰা হ’ব বুলি উল্লেখ কৰি এই পুঁজিসমূহ পোনপটীয়াকৈ বিদ্যালয় পৰিচালনা সমিতিলৈ প্রেৰণ কৰা হ’ব বুলি মুখ্য কার্যবাহীগৰাকীয়ে উল্লেখ কৰে ।

diphuP1 1 | ASSAM TIMES POST

আনহাতে, কেন্দ্রীয় চৰকাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাই উক্ত নীতি অনুসৰি স্থানীয় ভাষাৰ প্রতি প্রদান কৰা গুৰুত্ব অনুসৰি কার্বি আংলং জিলাৰ সকলো বিদ্যালয়তে অহা ডিচেম্বৰৰ ভিতৰত কার্বি শিক্ষা প্রদানৰ বাবে নতুন পদত কেন্দ্রীয় চৰকাৰৰ পৰা অনুমোদন লাভ কৰিব বুলি আশা প্রকাশ কৰে। কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কার্যবাহী সদস্য জগতছিং ইংতিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শিক্ষক দিৱসৰ অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্রথম দহটা স্থানৰ ভিতৰত স্থান লাভ কৰা দুই কৃতী ছাত্রী ক্রমে অনিন্দিতা কলিতা আৰু শ্রুতি জৈনক সন্বর্ধনা জনোৱাৰ লগতে কৃতীত্ব আহৰণ কৰা বিদ্যালয় দুখন ক্ৰমে, ডিফু ক্লীৰদাপ শঙ্কৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য আৰু ডিফু ডনবস্ক’ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ফাদাৰকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

Tags: Featured
Share4Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ
KARBI ANGLONG

Karbi Anglong drought condition I উজনি-নামনিত বানৰ তাণ্ডৱৰ বিপৰীতে পাহাৰীয়া কাৰ্বি আংলঙত খৰাঙৰ ৰুদ্ৰৰূপ

by Staff Reporter
July 16, 2026
50
Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
ADVERTISEMENT
Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত
Assam

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
50
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত
Assam

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
50
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

Upper Assam flood tragedy : উজনি অসমত স্বাভাৱিকতকৈ ১৮১% বৃষ্টিপাত

July 23, 2026
Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

Assam flood : ৰাজ্যত বানে কাঢ়িলে ৪১ জনৰ প্ৰাণ, ১১ জিলাৰ ৬ লক্ষাধিক আক্ৰান্ত

July 23, 2026
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx