ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অসমত সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
September 4, 2020
Reading Time: 1 min read
A A
0
অসমত সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ:

logo new 2 12 | ASSAM TIMES POST

নিউজ ডেক্স:

ৰাজ্য চৰকাৰে প্ৰত্যাহাৰ কৰিছে চলি অহা সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন।  এই কথা টুইটাৰযোগে জনাইছে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই।

Weekend lockdown and night curfew have been lifted , however, please adhere to all the COVID-19 protocols to keep yourself and others around you safe.@CMOfficeAssam @himantabiswa @assampolice

— Kumar Sanjay Krishna (@KrSanjayKrishna) September 4, 2020

RELATED POSTS

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

যদিও সাপ্তাহিক ল’ক ডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে, তথাপিও সকলোকে কোভিড প্ৰট’কল মানি চলাৰ লগতে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে। কিয়নো ৰাজ্যত দ্ৰুতগতিত বাঢ়িছে ক’ৰোণাত আক্ৰান্ত লোকৰ সংখ্যা। 

শনিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰি হ’ব আনলক-৪।ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এই সন্দৰ্ভত জাৰি কৰিলে নিৰ্দেশনা।অহা ৩০ ছেপ্টেম্বৰলৈকে আনলক-৪ নীতি নিয়ম কাৰ্যকৰী হৈ থাকিব ৰাজ্যত।

ৰাজ্য প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে ২৯ আগষ্টত কেন্দ্ৰৰ পৰা যি নিৰ্দেশনা জাৰি কৰিছে সেই নিয়ম সমূহ অসমত এতিয়া প্ৰযোজ্য হ’ব।নিয়ম সমূহ হৈছে-

অসমত সাপ্তাহিক লকডাউন আৰু সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে।

বিদ্যালয়, মহাবিদ্যালয়, কোচিং ইনষ্টিটিউট সমূহত ৰেগুলাৰ ক্লাছ ৩০ ছেপ্টেম্বৰলৈকে বন্ধ থাকিব।

অনলাইন ক্লাছ আৰু দূৰ শিক্ষা চলি থাকিব।

কণ্ট্ৰেমেণ্ট জনৰ বাহিৰত শিক্ষানুষ্ঠানত ৫০ শতাংশ শিক্ষক-কৰ্মচাৰী উপস্থিত থাকি অনলাইন শিক্ষা আৰু অন্যান্য যাবতীয় কাম কাজ সমূহ কৰিব পাৰিব।

নৱম শ্রেণী পৰা দ্বাদশ শ্রেণীলৈ ছাত্ৰ-ছাত্ৰী সকলে কোনো কথা আলোচনা কৰা বাবে বিদ্যালয়লৈ আহে তেন্তে আহিব পাৰিব।তাৰ বাবে লিখিত অনুমতি লাগিব অভিভাৱক তথা বিদ্যালয়ৰ ফালৰ পৰা।

উচ্চশিক্ষা প্ৰতিষ্ঠা সমূহত গৱেষণক কাম-কাজ সমূহত অনুমতি প্ৰদান কৰা হৈছে।তাৰ বাবে অনুমতি লব লাগিব আৰু কভিড নীতি-নিয়ম মানি চলিব লাগিব

ৰাজহুৱা খণ্ডৰ সকলো পৰিবহন সেৱা ৭ ছেপ্টেম্বৰ পৰা চলাচল কৰিব পাৰিব।সামাজিক দূৰত্ব মানি চলি।

সামাজিক, সাংস্কৃতিক, শৈক্ষিক, খেলৰ লগত জড়িত, বিনোদন, ধৰ্মীয় অনুষ্ঠান, ৰাজনৈতিক কাৰ্যসূচী সৰ্বোচ্চ ১০০ গৰাকীৰ ব্যক্তি লৈ ২১ ছেপ্টেম্বৰ পৰা অনুষ্ঠিত কৰিব পাৰিব।বিবাহ অনুষ্ঠানত ২০ ছেপ্টেম্বৰলৈ ৫০ জনে আৰু মৃতকৰ হতকাৰ অনুষ্ঠান ২০ জন মানুহ সমবেত হ’ব পাৰিব।

চিনেমা হল, চুইমিং পুল, মনোৰঞ্জন, পার্ক, থিয়েটাৰ আদি বন্ধ থাকিব।

কন্ত্ৰেমেণ্ট জন সমূহত ৩০ ছেপ্টেম্বৰলৈ কঠোৰ ভাৱে লকডাউন কাৰ্যকৰী হৈ থাকিব।

ৰাজ্যত ঘূৰা-ফুৰা কৰা বাবে কোনো ধৰণৰ বাধা নাথাকিব এতিয়া পৰা।

৬৫ বছৰৰ ওপৰৰ ব্যক্তি, ১০ বছৰৰ তলৰ শিশু আৰু গৰ্ভৱতী মহিলা চিকিৎসাজনীত কাৰণৰ বাহিৰে অন্য কাৰণত ঘৰৰ পৰা নোলাব।

মাক্স পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকা জৰিমনা।

উল্লেখ আনলক-৪ কাৰ্যকৰী হ’ব ৫ ছেপ্টেম্বৰৰ পৰা।

Tags: Featured
Share4Tweet3Send

Related Posts

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

by News Desk
June 4, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
ADVERTISEMENT
Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ
National-International

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
50
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু
National-International

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
50
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা
Assam

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026
50
Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী
DIPHU

Join BJP : ডিফুত বিজেপিৰ যোগদান কার্যসূচী

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

Ladakh Tunnel : সকলো ঋতুতে পথযোগে লাডাখলৈ যাব পৰা নতুন সুৰংগ প্ৰকল্প আৰম্ভ কেন্দ্ৰৰ

June 4, 2026
Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

Student Missing : ট্ৰেকিং কৰি থাকোঁতে নিৰুদ্দেশ সুন্দৰী ছাত্ৰী, ছয় দিন পাছতো নাই কোনো সন্ধান; ধৃত ২ বন্ধু

June 4, 2026
Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

Assam cabinet : অসম চৰকাৰৰ মন্ত্ৰীসকলৰ নাম ঘোষণা

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx