নিউজ ডেক্স:
ক’ৰোনাত আক্রান্ত হৈ গুৱাহাটী জিএনআৰচিত মৃত্যু অভিনেত্ৰী চেতনা দাসৰ স্বামী বিমল দাস। ভূ-তাত্বিক জৰীপ বিভাগৰ প্ৰাক্তন বিষয়া আছিল দাস। আজি দিনৰ ১.৫৬ বজাত চিকিৎসাধীন দাসে শেষনিশ্বাস ত্যাগ কৰে।
উল্লেখ ক’ৰোনাত আক্ৰান্ত হৈ দাসৰ পত্নী তথা অভিনেত্ৰী চেতনা দাস বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে।বৰ্তমান প্ৰায় সুস্থ হৈ আছে অভিনেত্ৰী গৰাকী।












