ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

খিলঞ্জীয়া যুৱ ইউনিয়ন কাৰবি আংলঙৰ সংবাদমেল:

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2020
Reading Time: 1 min read
A A
0
খিলঞ্জীয়া যুৱ ইউনিয়ন কাৰবি আংলঙৰ সংবাদমেল:

logo new 2 12 | ASSAM TIMES POST

RELATED POSTS

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

ষ্টাফ ৰিপ’ৰ্টাৰ:

ডিফু : অলপতে গঠন হোৱা খিলঞ্জীয়া যুৱ ইউনিয়ন কাৰবি আংলঙে আজি ডিফুৰ মাটিপুঙত এক সংবাদমেলৰ আয়োজন কৰি চৰকাৰৰ ওচৰত কেতবোৰ দাবী উত্থাপন কৰে ৷

সংগঠনৰ উপদেষ্টা প্ৰদীপ ইংলেঙে জিলাখনত চলি থকা অনলাইন শিক্ষা ব্যৱস্থা সূচাৰু ৰূপে চলোৱাৰ কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দল- সংগঠনে জিলাখনত দাবী কৰি অহা অনুশ্চেদ ২৪৪(ক) প্ৰতি পূৰ্ণ সমৰ্থন জনায় আৰু জিলাখনৰ চৰকাৰী- বেচৰকাৰী খণ্ডত নিবণুৱা শিক্ষিত- অশিক্ষিত যুৱক- যুৱতীক ১০০ শতাংশ চাকৰিৰ ব্যৱস্থা কৰাৰ দাবী জনায় ৷

জিলাখনৰ খিলঞ্জীয়া যুৱক- যুৱতীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে খিলঞ্জীয়া যুৱ ইউনিয়ন কাৰবি আংলঙঙে নিৰৱাচ্ছিন্ন কাম কৰাৰ বাবে সংকল্পবদ্ধ বুলি সংগঠনটোৰ উপদেষ্টা প্ৰদীপ ইংলেঙে জানিবলৈ দিছে ৷ আজিৰ সংবাদমেলত সংগঠনটোৰ উপদেষ্টা প্ৰদীপ ইংলেঙ, সাধাৰণ সম্পাদক ৰাজেশ নাথ, বিত্ত সম্পাদক গোলাৱ খান, ক্ৰীড়া সম্পাদক দিপাঙ্কৰ বৰা, আৰু সাংস্কৃতিক সম্পাদক হেমন্ত সিঙ আৰু সদস্য সকল উপস্থিত থাকে৷

Tags: karbi anglong
Share4Tweet3Send

Related Posts

Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

by ASSAM TIMES POST
June 30, 2026
50
Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong
KARBI ANGLONG

Grenade-throwing incident at the Assam–Nagaland border in Karbi Anglong

by ASSAM TIMES POST
June 30, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

by News Desk
June 29, 2026
50
Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive
KARBI ANGLONG

Karbi Anglong Police Burn ₹48.3 Cr Drugs in Bold, Big Drive

by ASSAM TIMES POST
June 26, 2026
50
One-day session of KAAC :কাৰ্বি আংলং স্বাযত্ব পৰিষদৰ ২৫৪ সংখ্যক এদিনীয়া অধিৱেশন:পৰিষদৰ ন-মনোনীত সদস্যৰ শপত বাক্যপাঠ

June 25, 2026
50
ADVERTISEMENT
Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ
National-International

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
50
Body Recovered in Bokoliaghat: Tragic, Mysterious Death
KARBI ANGLONG

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026
50
Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

Arunachal China border I অৰুণাচল প্ৰদেশত ভাৰতৰ ভূমি চীনে দখল কৰাৰ অভিযোগ স্থানীয় জনজাতীয় সংগঠনৰ
National-International

Arunachal China border I অৰুণাচল প্ৰদেশত ভাৰতৰ ভূমি চীনে দখল কৰাৰ অভিযোগ স্থানীয় জনজাতীয় সংগঠনৰ

June 30, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

Pak attack on Afghanistan I সাৰ্বভৌমত্বৰ ওপৰত নিৰ্লজ্জ আক্ৰমণ, আফগানিস্তানত পাক আক্ৰমণৰ প্ৰতিবাদ ভাৰতৰ

June 30, 2026
Body Recovered in Bokoliaghat: Tragic, Mysterious Death

Body Recovered in Bokoliaghat: Tragic, Mysterious Death

June 30, 2026
Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

Yamuna river treaty I যমুনাৰ পানীক লৈ ৩২ বছৰীয়া বিবাদৰ অন্ত, অমিত শ্বাহৰ উপস্থিতিত বুজাবুজি চুক্তি স্বাক্ষৰ

June 30, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT