ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ঔষধ অবিহনেই নিয়ন্ত্রণত ৰাখক থাইৰয়ডৰ সমস্যা

ASSAM TIMES POST by ASSAM TIMES POST
September 2, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ঔষধ অবিহনেই নিয়ন্ত্রণত ৰাখক থাইৰয়ডৰ সমস্যা

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

থাইৰয়ডৰ সমস্যাত বহুতেই ভোগে। থাইৰয়ড মানৱ দেহৰ ডিঙিত অৱস্থান কৰে। যাৰ ভিতৰত বহু কেইটা হৰমোন সৃষ্টি হয়। আৰু যেতিয়া থাইৰয়ডত হৰমোনবোৰৰ অস্বাভাৱিক উৎপাদন হয়, তেতিয়াই সমস্যাৰ সৃষ্টি হয়।

থাইৰয়ডত সাধাৰণতে দুই ধৰণৰ সমস্যা দেখা দিয়ে। এটি হ’ল– হাইপাৰথাইৰয়ডিজিম। থাইৰয়ড গ্রন্থিত অতিৰিক্ত হৰমোন সৃষ্টি হ’লে তাক হাইপাৰথাইৰয়ডিজিম বোলে।

doctors visit 2WD2R4D scaled | ASSAM TIMES POST

আৰু পর্যাপ্ত হৰমোন সৃষ্টি নহ’লে তাক হাইপোথাইৰয়ডিজিম বোলে। থাইৰয়ডৰ সমস্যাত প্রধানত দেখা যায় ষ্ট্ৰেছ, ডায়েটৰ সমস্যা।কিন্তু আপুনি বিচাৰিলে ঘৰুৱা উপায়ত এই সমস্যাৰ পৰা মুক্তি পাব পাৰে। আহক জানি লওঁ থাইৰয়ড সমস্যাৰ পৰা বচাৰ ঘৰুৱা উপায়-

products and ingredients as source vitamins and mi 4296ABX scaled e1599013837146 | ASSAM TIMES POST

১. এণ্টি অক্সিডেন্টযুক্ত ফল আৰু শাক-পাচলি খাব পাৰে। এইবোৰ ফল আৰু পাচলিয়ে থাইৰয়ডৰ সমস্যা প্রতিৰোধ কৰে। ইয়াৰ উপৰি ভিটামিন-বি ১২যুক্ত খাদ্যই থাইৰয়ড গ্রন্থিক সঠিকভাবে কাম কৰাত সহায় কৰে।

২. থাইৰয়ডৰ সমস্যা থাকিলে চেনি নাখাব। অতিৰিক্ত চেনি খোৱাৰ পৰা বিৰত থাকক।

৩. শৰীৰত পর্যাপ্ত পৰিমাণে আয়ডিন যেতিয়া নাথাকে, তেতিয়া থাইৰয়ডে হৰমোন সৃষ্টি কৰিব নোৱাৰে, যিটো হাইপোথাইৰয়ডিজিমৰ দিশে পৰিচালিত হয়। সেয়ে আয়ডিনযুক্ত খাদ্য খাব লাগে।

৪. মানসিক চাপ থাকিলে শৰীৰচর্চা কৰক। শৰীৰচর্চা কৰিলে থাইৰয়ডৰ সমস্যা কমি থাকে।

৫. খাদ্যত আয়ৰন কম পৰিমাণে থাকিলেও থাইৰয়ডৰ সমস্যাই দেখা দিব পাৰে। সেয়ে আয়ৰনসমৃদ্ধ খাদ্য খাব লাগে।

৬. যোগ-ব্যায়াম আৰু ধ্যানে থাইৰয়ড গ্রন্থিত ৰক্ত প্রবাহক সঠিক ৰাখে।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx