ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ইউৰিক এচিড সম্পর্কে কিছু সঠিক তথ্য জানি লওক

ASSAM TIMES POST by ASSAM TIMES POST
August 31, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : ইউৰিক এচিড সম্পর্কে কিছু সঠিক তথ্য জানি লওক

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ৰক্তচাপ বা ছুগাৰৰ দৰে ইউৰিক এচিড বৃদ্ধি হোৱাৰ সমস্যা এতিয়া বহুতৰে মাজত দেখা যায়। শৰীৰৰ ভিতৰত উচ্চমাত্রাত যদি ইউৰিক এচিড থাকে তেনেহ’লে হ’ব পাৰে গাঁথিয়ে গাঁথিয়ে বিষৰ দৰে একাধিক স্বাস্থ্য সমস্যা। ৰক্তত হঠাৎ যদি ইউৰিক এচিডৰ মাত্রা বাঢ়ি যায়, তেনেহ’লে বহুতেই দুশ্চিন্তাত খোৱা-লোৱা বন্ধ কৰি দিয়ে। ইউৰিক এচিড সম্পর্কত বহুতৰেই মনত কোনো স্পষ্ট ধাৰণা নাই। সেয়ে ইউৰিক এচিড সম্পর্কে কিছু সঠিক তথ্য জানি লোৱা প্ৰয়োজন।

Woman with gout | ASSAM TIMES POST

মূত্রৰ মাধ্যমেৰে যি পৰিমাণৰ ইউৰিক এচিড স্বাভাৱিক অৱস্থাত ওলাই যায়, আমাৰ যকৃতে যেতিয়া তাতকৈ বেছি পৰিমাণৰ ইউৰিক এচিড উৎপন্ন কৰে, ঠিক তেতিয়াই আমাৰ ৰক্তত বাঢ়ি যায় ইউৰিক এচিডৰ মাত্রা।

ইয়াৰ উপৰি স্বাভাৱিক অৱস্থাত বিভিন্ন খাদ্যৰ পৰা উৎপন্ন ইউৰিক এচিড ৰক্তত মিহলি হৈ গৈ তাত জমা হয়, কিডনিয়ে সেই টক্সিন উপাদানক চেকি শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে।
আমি প্রতিদিনৰ বিভিন্ন ব্যস্ততাৰ হেঁচাত বহু সময়তেই বহু খাদ্য এনেদৰে খাওঁ যিয়ে ৰক্তত ইউৰিক এচিডৰ মাত্রা ইমানেই বৃদ্ধি কৰে যে কিডনিয়ে সেই অতিৰিক্তখিনি শৰীৰৰ পৰা বাহিৰ কৰি দিব নোৱাৰে।

0217 rep4 ctsdohua hero e1598840711167 | ASSAM TIMES POST

শৰীৰৰ পৰা অতিৰিক্ত ইউৰিক এচিড বাহিৰ হৈ নোযোৱাৰ ফলত আমাৰ শৰীৰত ইউৰিক এচিডৰ মাত্রা বাঢ়ি থাকে। ইয়াৰ ফলত স্বাভাৱিকভাৱেই কিছু কিছু সময়ত অসুস্থ বোধ কৰা যায়। ইয়াৰ উপৰি সময় আৰু বয়সৰ সৈতে বিভিন্ন অস্থিসন্ধিত ইউৰিক এচিড জমা হৈ গৈ থাকে। ইউৰিক এচিড জমা হোৱাৰ পিছত অস্থিসন্ধি ফুলি যায় আৰু বিষ হৈ থাকে।

ইউৰিক এচিডৰ সমস্যাত খাদ্য-দ্ৰব্য নিয়ন্ত্রণৰ তেনে কোনো প্রয়োজন নাই। অতিৰিক্ত প্রোটিনযুক্ত খাদ্য যেনে ৰঙা মাংস, ৰঙা মদ, সামুদ্রিক মাছ কম মাত্রাত খোৱা উচিত। উচ্চ প্রোটিনযুক্ত খাদ্য যেনে মাছ, মাংস, মচুৰ দাইল, কেইবিধমান পাচলি যেনে পালেং শাক এইবোৰ এৰাই চলিব লাগিব। খোৱা-লোৱাৰ লগতে মনত ৰাখিব লাগিব যে উচ্চমাত্রাত চেনি খোৱাৰ ফলতে হ’ব পাৰে ইউৰিক এচিড বৃদ্ধিৰ সমস্যা। উচ্চমাত্রাত ইউৰিক এচিড উপস্থিত থাকিলে গাঁথিৰ বিষ, উচ্চ ৰক্তচাপ আৰু কিডনিৰ সমস্যাসহ নানা ধৰণৰ অসুখ হ’ব পাৰে।

GettyImages 955953488 e1598840794112 | ASSAM TIMES POST

ইউৰিক এচিডৰ মাত্রা নিয়ন্ত্রণত ৰখাৰ বাবে আৰু ইউৰিক এচিড শৰীৰৰ পৰা উলিয়াই দিয়াৰ বাবে এটি সহজ কৌশল আছে। স্বাভাৱিক অৱস্থাত শৰীৰত ইউৰিক এচিডৰ নির্দিষ্ট মাত্রা হ’ল, পুৰুষৰ ক্ষেত্রত, ৩.৪-৭.০mg/dl আৰু মহিলাৰ ক্ষেত্রত ২.৪-৬.০ mg/dl। ইয়াতকৈ বেছি হ’লেই তাক অবিলম্বে নিয়ন্ত্রণ কৰাৰ প্রয়োজন আছে।

ইউৰিক এচিড নিয়ন্ত্রণৰ কামত সহায় কৰিব পাৰে আপেল ছাইডাৰ ভিনেগাৰে। বজাৰত গৈ এটি আপেল ছাইডাৰ ভিনেগাৰ কিনি আনক। এক চামুচ ভিনেগাৰ লওক, এক গিলাচ পানীৰ সৈতে মহলাই খাওক। দিনত অন্তত দুই-তিনবাৰ এই মিশ্রন নিয়মিতভাৱে খাওক। নিয়মিত এই ভিনেগাৰ সেৱনৰ ফলত আপোনাৰ শৰীৰৰ পৰা ইউৰিক এচিডে অবিলম্বে বিদায় ল’ব।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে

    অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ID:

assamtimespost@gmail.com

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx