নিউজ ডেস্কঃ
দেওবাৰৰ দিনটোত ৰাজ্যত পুনৰ ৭ গৰাকী ক’ৰোণা আক্ৰান্তই হেৰুৱাইছে প্ৰাণ। পূৰ্বতকৈ মৃতকৰ সংখ্যা কম হৈছে যদিও বৰ্তমানেও কমা নাই ক’ভিডৰ ভয়াৱহতা।
আজি প্ৰাণ হেৰুওৱা সাত গৰাকী হৈছে ক্ৰমে গোলাঘাটৰ বিদ্যাদ্বীপ ভূঞা আৰু কিৰণ বৰা, কামৰূপ মেট্ৰোৰ নিপজ্যোতি বৰুৱা আৰু সহৰাবুদ্দিন আহমেদ, চিৰাঙৰ ৰমিলা সূত্ৰধাৰ আৰু সচিন চন্দ্ৰ ব্ৰহ্মা,কাছাৰৰ ভাস্কৰ বিজয় গুপ্তা। ইয়াকে লৈ ৰাজ্যত সৰ্বমুঠ মৃত্যকৰ সংখ্যা ২৯৬ গৰাকীলৈ বৃদ্ধি ।












