ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : কোনবোৰ খাদ্য ফ্রিজত কেতিয়াও ৰাখিব নালাগে?

ASSAM TIMES POST by ASSAM TIMES POST
August 30, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : কোনবোৰ খাদ্য ফ্রিজত কেতিয়াও ৰাখিব নালাগে?

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

বৰ্তমানৰ এই ব্যস্ত জীৱনত খাদ্য সংৰক্ষণৰ বাবে সংসাৰত আটাইতকৈ প্রয়োজনীয় বস্তুটোৱে হ’ল ফ্রিজ। কিন্তু ফ্রিজত খাদ্য সঠিকভাবে নাৰাখিলে বা ফ্রিজ পৰিষ্কাৰ নকৰাৰ বাবে জন্ম হয় বিভিন্ন ধৰণৰ বীজাণু যি স্বাস্থ্যৰ বাবে ক্ষতিকৰ। আনহাতে, এনে কিছু খাদ্য আছে যিবোৰ ফ্রিজত ৰাখিলে নষ্ট হ’ব পাৰে ইয়াৰ গুণগত মান। আকৌ সেইবোৰ খালে শৰীৰৰো ক্ষতি হ’ব পাৰে। সেয়ে কেনে ধৰণৰ খাদ্য ফ্রিজত ৰাখিব নালাগে সেয়া জনাটো প্রয়োজন।

zero waste grocery in fridge fresh vegetables in o ZB6KC5F scaled | ASSAM TIMES POST

তৰমুজ :

তৰমুজ কেতিয়াও ফ্রিজত নাৰাখিব। গৱেষণাত জনা গৈছে, তৰমুজ ফ্রিজত সংৰক্ষণ কৰি ৰাখিলে তাৰ ভিতৰৰ পুষ্টিগুণ বহুখিনিয়ে নষ্ট হৈ যায়। সেয়ে তৰমুজ ঘৰৰ তাপমাত্রাত ৰাখক। ঠাণ্ডা তৰমুজ খাবলৈ বিচাৰিলে কাটি কিছু সময় ফ্রিজত ৰাখি তাক পৰিবেশন কৰক।

পিঁয়াজ :

যিবোৰ স্থানত সকলো সময়তে পোহৰ-বতাহ থাকে তাত পিঁয়াজ সংৰক্ষণ কৰিব লাগে। আৰু ফ্রিজত পিঁয়াজ ৰাখিলে সেয়া নৰম হৈ যায় আৰু পিঁয়াজৰ বাবে ফ্রিজত দুর্গন্ধৰ সৃষ্টি হয়। ইয়াৰ উপৰি ফ্রিজে পিঁয়াজৰ আর্দ্রতাও শুকাই নিয়ে।

মৌ :

মৌ কেতিয়াও ফ্রিজত সংৰক্ষণ নকৰিব। স্বাভাৱিক তাপমাত্রাত ৰাখিলে দিনৰ পিছত দিন ধৰি মৌ ভালে থাকিব।

বিলাহী :

বিলাহী কিনি ফ্রিজত ৰখাটো প্ৰায় সকলোৰে অভ্যাস৷ তেনে নকৰিব। ইয়াৰ ফলত বিলাহীৰ ভিতৰৰ অংশ শুকাই যায় আৰু স্বাদ নষ্ট হৈ যায়।

আলু :

আলুত প্রচুৰ পৰিমাণে স্টার্চ থাকে। সেয়ে ফ্ৰিজত ৰাখিলে চেনিত পৰিণত হৈ যায়। তাৰোপৰি আলুৰ সোৱাদো নষ্ট হৈ যায়।

পাউৰুটি :

পাউৰুটি এবাৰ খোলাৰ পিছত সম্পূৰ্ণ শেষ নহ’লে বাকীখিনি ফ্রিজত বহুতে ৰাখি থয়। কিন্তু ফ্রিজত পাউৰুটি ৰাখিলে ইয়াৰ আর্দ্রতা শুকাই যায়। ফলত সেয়া টান হৈ যায়। সেয়ে কেতিয়াও পাউৰুটি ফ্রিজত ৰখা উচিত নহয়।

তেল :

তেলৰ ঘনত্ব বেছি থকাত ফ্রিজত ৰাখিলে সেই গোট মৰাৰ দৰে হয়। সেয়ে তেল কেতিয়াও ফ্রিজত সংৰক্ষণ নকৰিব।

আচাৰ :

আচাৰ ফ্রিজত নাৰাখি খিৰিকীৰ কাষত ৰাখক য’ত সূর্যৰ পোহৰ পৰে৷ তেতিয়া দীর্ঘদিন ভালে থাকে।

জাম :

আমি বেছিভাগেই জাম বা জেলি ফ্রিজত ৰাখো। কিন্তু তাৰ ফলত তাত থকা প্রিজাৰভেটিভছ দানা বান্ধি যায়। সেয়ে কেতিয়াও তেনে কৰা উচিত নহয়।

নহৰু :

ঠাণ্ডা ঠাইত নহৰু ৰাখিলে সেয়া অঙ্কুৰিত হোৱাৰ আশঙ্কা থাকে। আৰু ফ্রিজত সংৰক্ষণ কৰিলে সেয়া নৰমো হৈ যায়।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে

    অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

 OUR MAIL ID:

 assamtimespost@gmail.com

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx