ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত সাপ্তাহিক লকডাউনত আহিছে সামান্য শিথিলতা।অহা কালিলৈ পৰা ৰাজ্যত শনিবাৰে সাপ্তাহিক লকডাউনৰ দিনটোত চৰকাৰী কাৰ্যলয়, বেংক, ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান সমূহ খোলা থাকিব। স্বায়ত্ব শাসিত প্ৰতিষ্ঠাসমূহো খোলা থাকিব সাপ্তাহিক লকডাউনত।
জৰুৰীসেৱা লগত জড়িত কাৰ্যলয় সমূহো খোলা থাকিব শনিবাৰ দিনা ।পুৱা ৫ বজা পৰা ৰাতি ৯ বজালৈ কৰ্মচাৰী যাতায়তত অনুমতি।
এই নতুন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই












