ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : চাউলৰ পানীৰ উপকাৰিতা জানেনে?

ASSAM TIMES POST by ASSAM TIMES POST
August 28, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : চাউলৰ পানীৰ উপকাৰিতা জানেনে?

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ভতুৱা অসমীয়াই ভাতৰ বাহিৰে একো চিনি নাপায়৷ ৰণ-বন-জংঘল য’তেই নাথাকক কিয়, ভাত অবিহনে অসমীয়াৰ নচলে। চাউলৰ হয়তো বহুতো আখ্যান শুনিছে। কিন্তু চাউল ধোৱা পানী বা ভাতৰ মাৰৰ উপকাৰিতা ক’জন জানেনে? যদি জানে ভাল কথা।

কিন্তু যদি নাজানে এবাৰ জানি লওক :

Rice water for Acne 1 e1598576728913 | ASSAM TIMES POST

হজম শক্তি বঢ়ায় :

চাউলৰ পানীয়ে (ৰাইচ ৱাটাৰ) যে কেৱল হজম শক্তি বঢ়ায় সেয়া নহয়, ডায়েৰিয়াসহ পেটৰ অন্যান্য সমস্যাৰ ক্ষেত্রতো উপকাৰী। শিশুৰ ডায়েৰিয়া হ’লেই সেয়া খুওৱাৰ পৰামর্শ দিয়া হয়। ইয়াত যথেষ্ট ভিটামিন আৰু খনিজ উপাদানো থাকে।

মন ভাল কৰে :

চাউলত আছে প্রচুৰ পৰিমাণে কার্বোহাইড্রেট। যি পানীত ডুবাই ৰাখিলে বা সিদ্ধ কৰিলে আৰু প্রসাৰিত হয়। সেয়াই শৰীৰকেতো শক্তি যোগায়েই তাৰ উপৰি মন ভালে ৰাখে। এটা দিন আৰম্ভ কৰা পূৰ্বে সেয়ে চাউলৰ পানী খোৱাটো এটা আদর্শ।
শৰীৰত আর্দ্রতা বজায় ৰাখে : দুৰ্বিষহ গৰমত যেতিয়া প্রাণ যোৱাৰ দৰে অৱস্থা হয় তেতিয়া চাউল ধোৱা বা সিদ্ধ কৰা পানী খালে শৰীৰৰ আর্দ্রতা ঠিকে থাকে। বমি বা জ্বৰৰ ক্ষেত্রতো এই পানী খালে উপকাৰ লাভ কৰা যায়।

চুলিৰ ক্ষেত্রত উপকাৰী :

Rice Water for Hair growth e1598576801574 | ASSAM TIMES POST

দক্ষিণ-পূব এছিয়াৰ একাধিক স্থানত চাউলৰ পানীৰে চুলিৰ পৰিচর্যা কৰা হয়। ইয়াৰ বাবে বিশেষ ধৰণে চাউলৰ পানীক মজোৱা হয়। তাৰ পিছত তাক ব্যৱহাৰ কৰা হয়। তাৰ ফলত চুলিৰ গুৰিতো শক্তিশালী হয়েই লগতে চুলিক মসৃণ কৰে।

ছালৰ পৰিচর্যা :

বিশেষজ্ঞসকলৰ দাবী, শুষ্ক ছাল বা ব্রনৰ ক্ষেত্রত চাউলৰ পানী উপকাৰী। ইয়াৰ বাবে চাউল ভিজোৱা পানী আইচ ট্রেত ৰাখিব লাগিব। পাৰিলে তাতে তিয়ঁহ পেষ্ট কৰিও দিব পাৰে। ফ্রিজত কিছু সময় ৰখাৰ পিছত আইচ কিউব তৈয়াৰ হ’লে সি টোনাৰ হিচাবে কামত দিব। ইয়াৰ ফলত ছালে ভিটামিন আৰু খনিজ উপাদান যেনেদৰে পাব তেনেদৰেই ৰক্ত সঞ্চালন ভাল হ’ব।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
Rare pangolin rescued in Diphu

Rare pangolin rescued in Diphu

July 21, 2026
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx