খাদ্যৰ সোৱাদ বহুগুণে বৃদ্ধি কৰে সৰু ক’লা-বগা দানাৰ জালুকৰ সুগন্ধিয়ে। ইয়াৰ বাবেই বিশেষ ৰন্ধনসমূহত সকলো সময়তেই এইবিধ মচলাৰ ব্যৱহাৰ দেখা যায়। কিন্তু কেৱল খাদ্যৰ সোৱাদ বৃদ্ধিৰ ক্ষেত্রতে নহয় আমাৰ শৰীৰত নানা উপকাৰো যোগায় জালুকে।
আহক জানি লওঁ জালুক খালে কি উপকাৰ পাব পাৰো-
* শৰীৰৰ বিষাক্ত পদার্থ টক্সিন বাহিৰ কৰি ৰক্ত বিশুদ্ধ কৰি ৰাখে৷
* শৰীৰৰ মেদ কমোৱাত সহায় কৰে৷
* হজমশক্তি বৃদ্ধিত সহায় কৰে৷
* চৰ্দি-কাহজনিত সমস্যা দূৰ কৰে৷
* প্রচুৰ এন্টিঅক্সিডেন্ট সমৃদ্ধ কৰে৷
* উচ্চ ৰক্তচাপ নিয়ন্ত্রণ কৰে৷
* কেন্সাৰ প্রতিৰোধ কৰে৷
* ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে৷
* ওজন কমোৱাতো উল্লেখযোগ্যভাৱে কার্যকৰী।
কেনেদৰে খাব?
# খুব সহজতে গৰম পানীত গ্রিন টি আৰু জালুক দি চাহ তৈয়াৰ কৰি খাব পাৰে।
# এক গিলাচ গৰম পানীত আধা চাহ চামুচ মৌ আৰু আধা চাহ চামুচ জালুকৰ গুড়া মিহলাইও খাব পাৰে।
# ইয়াৰ উপৰি চালাদ আৰু বিভিন্ন খাদ্য তৈয়াৰীৰ সময়ত ব্যৱহাৰ কৰিব পাৰে জালুকৰ গুড়া।
** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**
OUR MAIL ID: assamtimespost@gmail.com















