ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : শৰীৰত দ্রুততাৰে শক্তি যোগাবলৈ নিয়মিত খাওক এই ৫বিধ খাদ্য

ASSAM TIMES POST by ASSAM TIMES POST
August 26, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য : শৰীৰত দ্রুততাৰে শক্তি যোগাবলৈ নিয়মিত খাওক এই ৫বিধ খাদ্য

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

বাহিৰত প্রচণ্ড গৰম। ঘৰে-বাহিৰে একে সমানে কাম কৰি শৰীৰলৈ আহে ক্লান্তি। শৰীৰৰ ক্লান্তি দূৰ কৰিবলৈ পানী আৰু খাদ্যৰ বিকল্প নাই।
বৰ্তমান অতিৰিক্ত গৰমৰ কাৰণে শৰীৰ সহজে ক্লান্ত হৈ পৰে। শক্তি স্তৰ কমি আহে, দুর্বল লাগে।

এই সময়ত খাব পাৰে ৫ প্ৰকাৰৰ খাদ্য:

two bananas on green pastel UHR8DLV scaled e1598407790964 | ASSAM TIMES POST

১. খুব দ্রুততাৰে এনার্জি বা শক্তি বৃদ্ধি কৰিবলৈ খাব পাৰে এটি পকা কল। সহজলভ্য আৰু সস্তা এই ফলত আছে কার্বোহাইড্রেট, পটাচিয়াম আৰ ভিটামিন বি-৬।

sekihan japanese steamed sticky rice with red bean Z92VYSN 1 scaled | ASSAM TIMES POST

২. ভাত খাব বিচাৰিলে খাওক ৰঙা চাউলৰ ভাত। এই চাউলত আছে প্রচুৰ পুষ্টি। ৰঙা চাউলত আছে ফাইবাৰ বা আঁহ, প্রোটিন আৰু খনিজ, যিয়ে খুব সোনকালে শৰীৰত প্রচুৰ শক্তি আনি দিব।

basket with apples harvest on grass VXSW3JG scaled e1598407977687 | ASSAM TIMES POST

৩. খাব পাৰে আপেলো। প্রতিদিনে এটি মজলীয়া আকাৰৰ আপেল খালে ক্লান্তি দূৰ হ’ব। এন্টিঅক্সিডেন্ট সমৃদ্ধ আপেলৰ পৰা ফাইবাৰ আৰু প্রাকৃতিক ছুগাৰ পায়। যাৰ বাবে শক্তি দ্রুতভাৱে ঘূৰি আহে।

food with omega 3 fats HJTEK2D scaled e1598408062502 | ASSAM TIMES POST

৪. শক্তি বঢ়াবলৈ ওমেগা থ্রি, ওমেগা ছিক্স ফেটি এচিড আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ কাজুবাদাম, আখৰোট আৰু আলমণ্ড বা যিকোনো বাদাম খাব পাৰে। এক মুঠি বাদাম প্রাণশক্তিত ভৰপূৰ। নিয়মিত বাদাম খাওক।

sweet refreshing powdered orange drink 7X2XNMP scaled e1598408500785 | ASSAM TIMES POST

৫. গৰমত ঘামৰ সৈতে শৰীৰৰ প্রচুৰ পানী বাহিৰ হৈ যায়। এই সময়ত শৰীৰৰ চাহিদা অনুযায়ী পানী খাওক। ইয়াৰ উপৰি নেমু আৰু দেশীয় ফলৰ চৰবত খাওক আৰু ভৰপূৰ শক্তি লাভ কৰক।

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx