ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

চিৰ যৌৱনা হ’ব বিচাৰে নেকি? চাওক এই প্ৰতিবেদন

ASSAM TIMES POST by ASSAM TIMES POST
August 25, 2020
Reading Time: 1 min read
A A
0
চিৰ যৌৱনা হ’ব বিচাৰে নেকি? চাওক এই প্ৰতিবেদন

Beautiful day and beautiful woman

logo new 2 12 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

চিৰ যৌৱনা হ’বলৈ কোনেনো নিবিচাৰে৷ বয়সৰ চাপ যাতে বুজি পোৱা নাযায় তাৰ বাবে নানা ক্রিম, নানা পেক, বিউটি পার্লাৰত দৌৰ দিওঁ৷ কিন্তু তাৰ পৰা জানো প্ৰকৃত লাভ হয়? তাৰ ফলত কেমিকেলৰ চাপ পৰে, ছালৰ অৱস্থা তথৈবচ হয়৷ কিন্তু জানেনে, এইবোৰ নকৰাকৈয়ে, কেৱল মাত্র কেইটামান বস্তু নিয়মিত খালেই খুব সহজতেই নিজৰ যৌৱনক অটুট ৰাখিব পৰা যায়!

beauty JSWC7FP scaled e1598324326280 | ASSAM TIMES POST

বেদানা :

চিকিৎসকৰ মতে, বেদানা বা ডালিমত থাকে প্রচুৰ পৰিমাণে ভিটামিন চি৷ আৰু ভিটামিন চি ছালৰ ক্ষেত্রত অতি উত্তম৷ চিকিৎসকৰ মতে, বয়স বাঢ়িলে ছালত ভাঁজ পৰে৷ ছাল শুষ্ক হৈ পৰে৷ সেয়ে প্ৰতিদিনে দুপৰীয়া খাদ্য খোৱাৰ পিছত, এটা বেদানা যদি খাব পাৰে, উপকাৰ পাব৷ কিন্তু বেদানা জুচ খালে ইমান এটা লাভ নহ’ব৷ ইয়াৰ বিপৰীতে চিকিৎসকসকলে চোবাই খাবলৈ কয়৷ কাৰণ, বেদানাৰ গুটিতেই আছে প্রচুৰ পৰিমাণৰ ভিটামিন চি৷ বিউটিচিয়ানসকলৰ মতে, ফেচ পেকত বেদানাৰ ৰস মিহলাই ল’ব পাৰে৷ বেদানাৰ ৰস অত্যন্ত ভাল প্ৰাকৃতিক মইশ্বৰাইজাৰ৷

ক’লা আঙুৰ :

make up remove 625 625x350 71442303978 e1598325641936 | ASSAM TIMES POST

ক’লা আঙুৰ ছালৰ পক্ষে খুবেই ভাল৷ ক’লা আঙুৰত আছে প্রচুৰ মাত্রাত ভিটামিন ই৷ এই ফল নিয়মিত খালে শুষ্ক, প্রাণহীন ছালত প্রাণ ঘূৰি আহে৷ কেৱল সেয়াই নহয়, ৰ’দত ছাল ক’লা পৰিছে নেকি? ঘৰৰ পৰা বাহিৰ ওলোৱাৰ পূৰ্বে দুটামান ক’লা আঙুৰ খাওক৷ চিকিৎসকৰ মতে, ক’লা আঙুৰে ৰ’দৰ পৰা ছালক বচোৱাত সহায় কৰে৷ কেৱল সেয়াই নহয়, অৱসাদৰ বাবে ছাল নষ্ট হৈ যায়৷ নিয়মিত ক’লা আঙুৰ খালে, খুব ভাল ফল দিব৷ বিউটিচিয়ানসকলে কয়, ক’লা আঙুৰৰ ৰসত তুলা ভিজাই মুখ পৰিষ্কাৰ কৰিলে ছালৰ পৰা ক’লা দাগ দূৰ হ’ব৷ ছাল হ’ব চিকচিকীয়া৷

পালেং শাক :

ৰান্ধি নহয়, চালাডত পালেং শাক ৰাখক৷ চিকিৎসকৰ মতে, সুস্থ আৰু ছাল চকচকীয়াকৈ ৰাখিবলৈ পালেং শাকে অতি ভাল কাম কৰে৷ পালেং শাকত আছে প্রচুৰ পৰিমাণে ভিটামিন ই৷ যিয়ে ছালক সতেজ কৰি ৰাখিবলৈ সহায় কৰিব৷ ছালৰ বলিৰেখা ৰোধতো সহায় কৰে পালেং শাকে৷ পুৱাৰ আহাৰ বা সন্ধ্যাৰ খাদ্যত পালেং শাক ৰাখিব পাৰে৷ চালাডত অৱশ্যেই ৰাখক পালেং শাক!

তৰমুজ :

তৰমুজ প্ৰাকৃতিক মইশ্বাৰাইজাৰ৷ ছালক আৰ্দ্ৰতা প্রদান কৰে তৰমুজে৷ ৰ’দে পোৰাৰ পৰা বচাব পাৰে তৰমুজে৷ বিউটিচিয়ানসকলে কয়, তৰমুজেৰে গা-হাত- ভৰিত মাখক৷ ইয়াৰ ফলত ক’লা দাগ দূৰ হ’ব৷

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx