ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য :কোনবোৰ ৰোগত ভেন্দিয়ে ঔষধৰ দৰে কাম কৰি থাকে?

ASSAM TIMES POST by ASSAM TIMES POST
August 21, 2020
Reading Time: 1 min read
A A
0
স্বাস্থ্য :কোনবোৰ ৰোগত ভেন্দিয়ে ঔষধৰ দৰে কাম কৰি থাকে?

logo new 2 1 | ASSAM TIMES POST
স্বাস্থ্য প্ৰতিবেদনঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

ভেন্দি প্ৰায় সকলোৰে প্ৰিয়। গ্রীষ্মকালীন এই পাচলিবিধ প্ৰচুৰ মাত্ৰাত উপলব্ধ। ভেন্দি দেখিবলৈ বহুখিনি মহিলাৰ সৰু কোমল আঙুলিৰ দৰে হোৱা বাবে ইয়াক ‘লেডিছ ফিঙ্গাৰ’ বুলিও কোৱা হয় যদিও ইয়াৰ প্রকৃত ইংৰাজী নাম Okra।

বহু কেইটা ৰোগত ভেন্দি খুবেই উপকাৰী। ভেন্দি অত্যন্ত পুষ্টিকৰ আৰু ঔষধি গুণসম্পন্ন। আপোনালোক হয়তো এই বিষয়ে অজ্ঞ যে ভেন্দিয়ে সুস্বাস্থ্যৰ বাবে কিমান গুৰুত্ব ৰাখিব পাৰে। ভেন্দিত উচ্চমাত্রাৰ এন্টিঅক্সিডেন্ট আছে যিয়ে কেন্সাৰ ৰোগ সৃষ্টিকাৰী কোষবোৰক ধ্বংস কৰি এই ৰোগ নিৰাময়ত সহায় কৰে।

The Secret History of Okra 3 660x330 1 | ASSAM TIMES POST

কোন কোন অসুখত ভেন্দিয়ে ঔষধৰ দৰে কাম কৰে জানো আহক :

হাঁপানিত উপকাৰী

হাঁপানিত খুব ভাল কাম কৰে ভেন্দিয়ে। ৰোগবিধৰ ভেষজ চিকিৎসাত ঔষধ হিচাবে ভেন্দি ব্যৱহাৰ কৰা হয়। ই ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়, শ্বাসকষ্ট প্রতিৰোধ কৰে। ইয়াৰ উপৰি ভেন্দিৰ বীজৰ তেলেও শ্বাসকষ্ট কমাব পাৰে।

ডায়েবেটিছ নিয়ন্ত্রণত

ব্লাড ছুগাৰ কমাবলৈ ইয়াৰ বিকল্প নাই। প্রতি ১০০ গ্রাম ভেন্দিত আছে ০.০৭ মিলিগ্রাম থায়ামিন, ০.০৬ মিলিগ্রাম নিয়াছিন, ০.০১ মিলিগ্রাম ৰিবোফ্লাভিন যিয়ে ডায়েবেটিক ৰোগীৰ স্নায়ুতন্ত্রত পুষ্টি সৰবৰাহ কৰে সতেজ ৰাখে। সেয়ে ডায়েবেটিক ৰোগীসকলে প্রতিদিনৰ খাদ্যৰ পাতত ভেন্দি ৰখা উচিত।

ৰক্তহীনতা দূৰীকৰণ

নিয়মিত ভেন্দি খালে লোহিত ৰক্তকণিকাৰ উৎপাদন বাঢ়ি যায়। ফলত সহজেই ৰক্তহীনতা দূৰ হয়। ইয়াৰ উপৰি ভেন্দিত আছে ছলিউবল ফাইবাৰ (আঁহ) পেকটিন, যিয়ে ৰক্তত কলেস্টেৰলক কমোৱাত সহায়ত কৰে আৰু এথেৰোছক্লোৰোছিছ প্রতিৰোধ কৰে। অন্তঃসত্ত্বা অৱস্থাত নিয়মিত ভেন্দি খালে ইয়াৰ ফলেট উপাদানটিয়ে গর্ভৰ শিশুৰ সঠিক বিকাশত সাহায্য কৰে।

প্রোষ্টেট গ্রন্থিৰ অসুখত

ভেন্দিৰ এক ডাঙৰ ঔষধি গুণ হ’ল ই প্রস্রাৱৰ প্রবাহ বৃদ্ধি কৰে। ইয়াৰ ফলত প্রোষ্টেট গ্লেণ্ডৰ বৃদ্ধি কমি যায়। ভেন্দি পানীত সিদ্ধ কৰি তৰল পিচল পদার্থ চেকি খালে প্রস্রাৱৰ প্রবাহ বাঢ়িব।

Okra IMG 6940 | ASSAM TIMES POST

কোষ্ঠকাঠিন্য দূৰ কৰে

ভেন্দিত আছে বহু ঔষধি গুণ। ইয়াত আছে আঁহ, ভিটামিন এ, এন্টিঅক্সিডেন্ট। আঁহে কোষ্ঠকাঠিন্য দূৰ কৰে। সহজতে হজম হয় কাৰণে বিপাক ক্রিয়াত সহায় কৰে।

ছালৰ যত্নত

ভেন্দি ছালৰ বাবে খুব উপকাৰী। ই ছালৰ পৰিষ্কাৰ কৰে। ৰক্ত চলাচল বৃদ্ধি কৰে কাৰণে, ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়। ইয়াৰ উপৰি ছালৰ বিষাক্ত পদার্থ দূৰ কৰি ভেন্দিয়ে শৰীৰৰ টিছু পুনর্গঠনত আৰু ব্রণ দূৰ কৰাত সহায় কৰে।

চকুৰ উপকাৰিতা

ভেন্দিত আছে বিটা কেৰোটিন, ভিটামিন এ, এন্টি অক্সিডেন্ট, লিউটিন, যিয়ে চকুৰ গ্লুকোমা, চকুৰ ছানি প্রতিৰোধত সহায় কৰে।

হাড় আৰু দাঁতৰ যত্নত

প্রতি ১০০ গ্রাম ভেন্দিত আছে ৬৬ মিলিগ্রাম কেলছিয়াম, ১.৫ মিলিগ্রাম লো। ফলত ভেন্দিয়ে হাড়ক মজবুত কৰি ৰাখে। দাঁত আৰু আলুৰ ৰোগতো ভেন্দি উপকাৰী।

চুলিৰ যত্নত

চুলিত ভেন্দিৰ আছে প্রাকৃতিক ব্যৱহাৰ। ভেন্দিক প্রাকৃতিক কণ্ডিছনাৰ হিচাবে ব্যৱহাৰ কৰা যায়। ই চুলি সৰা কমায়, চুলিৰ উজ্জ্বলতা বঢ়ায়।

দুর্বলতা

ভেন্দিয়ে বিষণ্ণতা, দুর্বলতা আৰু অৱসাদ দূৰ কৰাত সহায় কৰে।
ইয়াৰ উপৰি ভেন্দিৰ আছে আৰু বহু গুণ। ভেন্দিৰ গুণৰ কথা জনাৰ পিছত প্রতিদিনৰ খাদ্য তালিকাত ভেন্দি নিশ্চিতভাৱে ৰাখিব বিচাৰিব আপুনি।

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx