ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : ঘৰুৱা উপায়েৰে দূৰ কৰক কিডনিৰ সংক্ৰমণ

ASSAM TIMES POST by ASSAM TIMES POST
August 19, 2020
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : ঘৰুৱা উপায়েৰে দূৰ কৰক কিডনিৰ সংক্ৰমণ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

স্বাস্থ্য প্ৰতিবেদন:

আমাৰ শৰীৰত সৰু-ডাঙৰ নানা ৰোগে বাহ বান্ধি আছে। কিন্তু দেহৰ খুব গুৰুত্বপূর্ণ অঙ্গ কিডনিত সংক্রমণ হোৱা মানেই ডাঙৰ ধৰণৰ বিপদৰ আশংকা যিয়ে মৃত্যু পর্যন্ত ঘটাব পাৰে। কাৰণ কিডনি অকামিলা হৈ গ’লে গোটেই শৰীৰেই অকামিলা হৈ পৰিব পাৰে।

জানেনে, সংক্ৰমণৰ পৰাই আপোনাৰ কিডনি অকামিলা হ’ব পাৰে। কিন্তু সঠিক চিকিৎসাৰ মাধ্যমেৰে এই অসুখৰ পৰা পৰিত্রাণ পাব পৰা যায়।

বেক্টেৰিয়াৰ সংক্রমণৰ কাৰণে কিডনিৰ সংক্ৰমণ হয়। ইয়াৰ ফলত কঁকালৰ বিষ, দুৰ্গন্ধযুক্ত প্রস্রাব, জ্বৰ অনুভৱ কৰাৰ দৰে কিছু উপসর্গ দেখা দিব পাৰে। ডাক্তৰৰ পৰামর্শত এন্টি বায়টিক ঔষধ হয়তো সেবন কৰিব লাগিব পাৰে। এই সময়ত ভিটামিন সমৃদ্ধ খাদ্য আৰু ফল বেছি খাবলৈ পৰামর্শ দিয়ে ডাক্তৰসকলে। কিন্তু কিডনিৰ সংক্ৰমণ দূৰ কৰিবলৈ কিছু ঘৰুৱা চিকিৎসাও আছেছে। আহক Jan3 2018 BruceBlausen KidneyStones1806820794 | ASSAM TIMES POST

জানি লওঁ সেই বিষয়ে-

পানী

কিডনিৰ সংক্ৰমণ হ’লে আপুনি শৰীৰত পানীৰ পৰিমাণ ঠিকে ৰাখিব লাগিব। কাৰণ পানীৰ মাধ্যমেৰেই কিডনিৰ পৰা টক্সিন, সংক্রামক উপাদান বাহিৰ হৈ যায়। প্রতিদিনে সেয়েহে অন্তত ৮ গিলাচ পানী খাওক

নহৰু

কিডনিৰ সংক্ৰমণ দূৰ কৰিবলৈ নহৰু খুব কার্যকৰী। প্রতিদিনৰ খাদ্য তালিকাত নহৰু ৰাখিলে বা প্রতিদিনে দুই-তিনি কোহ নহৰু খালে সি কিডনি সংক্ৰমণৰ উপসর্গ ভাল কৰি তুলিব। নহৰুত থকা এলিচিনত বিষ নিৰাময়ক, এন্টি বেক্টেৰিয়েল, এন্টি ফাঙ্গাল উপাদান আছে।

হালধি

মচলা হিচাবে হালধি খুব উপকাৰী। ইয়াত থকা কাৰকিউমিনত এন্টি ফাঙ্গাল উপাদান আছে। আৰু সি মাইক্রোব সৃষ্টিত বাধা দিয়ে যি কিডনি সংক্ৰমণৰ বাবে দায়ী। সেয়ে প্রতিদিনৰ ৰন্ধনত হালধি ব্যৱহাৰ কৰা উচিত। কিন্তু মনত ৰাখিব লাগিব যে বেছি পৰিমাণত হালধি খালে ওলোটাই কিডনিত পাথৰ সৃষ্টি কৰে।

আদা

কিডনিৰ সংক্ৰমণ দূৰ কৰিবলৈ আদাও যথেষ্ট কার্যকৰী। ইয়াত থকা জিনজৰোলছে বেক্টেৰিয়া প্রতিৰোধ কৰিব পাৰে। সেয়ে প্রতিদিনে আদা মিহলোৱা চাহ খাব পাৰে অথবা কেইটুকুৰামান আদা চোবাই খাব পাৰে। কিন্তু দিনত ৪ গ্রামৰ বেছি আদা খোৱাটো শৰীৰৰ বাবে ক্ষতিকৰ। হৃদৰোগ, ডায়েবেটিছ বা গলব্লাডাৰ স্টোনৰ ৰোগীসকলে আদা খোৱাৰ পৰা বিৰত থকা উচিত।

আপেল

আপেলত থকা এচিডে কিডনিত এচিডৰ ভাৰসাম্য ৰক্ষাত সহায় কৰে, ইয়াৰ ফলত কিডনিত বেক্টেৰিয়া জন্ম হ’ব নোৱাৰে। ইয়াৰ উপৰি সংক্রমণৰ কাৰণে কঁকাল বা পেটৰ বিষ দূৰ কৰে আপেলে। সেয়ে কিডনিৰ সংক্ৰমণ হ’লে দিনত দুটা বা এটা আপেল খাব পাৰে অথবা জুচ কৰি খাওক।

হাৰবেল চাহ

কিডনিৰ সংক্ৰমণ দূৰ কৰিবলৈ বেছ কার্যকৰী হাৰবেল চাহ। কেমোমাইল চাহ, হিবিছকাছ চাহ, গ্রিন টিয়ে কিডনিৰ অন্য ৰোগো ভাল কৰাত ভূমিকা পালন কৰে।

এলোভেৰা

কিডনিৰ ৰোগ নিৰাময়ত এলোভেৰাই ভাল কাম কৰে। শৰীৰৰ পৰা টক্সিন বাহিৰ কৰি দিয়ে এলোভেৰাই। সেয়ে দিনত এবাৰ এলোভেৰা জুচ পান কৰিব পাৰে। এই ক্ষেত্রত এলোভেৰাৰ বতা দুই গিলাচ পানীৰ সৈতে মিহলাই মিক্সাৰত মিহলাই খাওক। ইয়াৰ সৈতে নেমুৰ ৰস যোগ কৰিব পাৰে। কিন্তু মনত ৰাখিব লাগিব সকলো সময়ত আৰু অধিক পৰিমাণত এলোভেৰব খালে সি ওলোটাই কিডনি বেয়া কৰিব পাৰে।

বেকিং চডা

কিডনিত বাইকার্বোনেট লেভেল বৃদ্ধি কৰে বেকিং চডাই, ইয়াৰ ফলত কিডনিৰ কার্যকৰিতা বাঢ়ি যায়। বেকিং চডাই কিডনিৰ পৰা ক্ষতিকৰ উপাদান বাহিৰ কৰি দিয়ে বুলি ধাৰণা কৰা হয়। কিডনিৰ সংক্ৰমণ হ’লে দিনত এবাৰ এক গিলাচ পানীৰ সৈতে আধা চামুচ বা এক চামুচ বেকিং চডা মিহলাই খাওক। কিন্তু ধ্যান দিব লাগিব বেকিং চডা বেছি গ্রহণ কৰিলে ডিহাইড্রেচন আনকি কিডনি বিকল হ’ব পাৰে।

kidney stones 01 | ASSAM TIMES POST

কিডনিৰ সংক্ৰমণত সতর্কতা

* এলকহল আৰু কফি খোৱাৰ পৰা বিৰত থাকিব লাগিব।

* চিনথেটিক অন্তৰ্বাস আৰু হেঁচি ধৰা কাপোৰ নিপিন্ধিব।

*কিডনিৰ সংক্ৰমণ হ’লে ফছফৰাছ সমৃদ্ধ খাদ্য- গাখীৰ, খাদ্যশস্য, বাদাম, চকলেট, দাইল, মাংস আদি কম খোৱা উচিত।

* কিডনিৰ সংক্ৰমনে ডাঙৰ ধৰণৰ শাৰীৰিক সমস্যা সৃষ্টি কৰিব পাৰে। সেয়ে প্রস্রাবৰ সৈতে ৰক্ত দেখা দিলে বা কঁকাল-তলপেটত বিষ হ’লে সোনকালে চিকিৎসকৰ শৰাণাপন্ন হওক।

** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
    লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**

OUR MAIL ID: assamtimespost@gmail.com

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
50
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

July 21, 2026
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx