
ডিফু : জাতিধ্বংসী নাগৰিকত্ব আইন ২০২০ৰ পিছত এইবাৰ অসমত EIAৰ দৰে যি ভয়ংকৰ আইন অসমৰ ওপৰত জাপি দিব বিচাৰিছে তাৰ বিৰোধিতা কৰি বোকাজান মহকুমাৰ সৰিয়হজান আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। জাতিধ্বংসী বিধেয়কখনৰ পিছত এইবাৰ EIAৰ যি খচৰা প্ৰস্তুত কৰি জাপি দিব খুজিছে সেয়া কোনো পধ্যেই মানি লোৱা নহ’ব বুলি স্পষ্ট মন্তব্য আছুৰ বিষয়ববীয়াৰ।












