ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কার্বি লাংপিয়ে খুলি দিলে ছখনকৈ গেট: বৈঠালাংছ ৰ বিস্তৃত এলেকাত বানৰ তাণ্ডৱ

কেইবাটাও চৰকাৰী কার্যালয়, বিস্তীর্ণ কৃষিভূমি জলমগ্ন

ASSAM TIMES POST by ASSAM TIMES POST
July 11, 2020
Reading Time: 1 min read
A A
0

ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু :

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

logo new 2 6 | ASSAM TIMES POST

যােৱা দুটা দিন ধৰি অব্যাহত থকা মুষলধাৰ ববষুণৰ ফলত বাঢ়নী পানীয়ে বিভিন্ন স্থানত তাণ্ডৱৰ সৃষ্টি কৰাৰ সময়তে পশ্চিম কার্বি আংলং জিলাৰ বৈঠালাংছৰ এক বিস্তৃত এলেকাত আজি বাঢ়নি পানীয়ে তাণ্ডৱ চলাই বিস্তৰ ক্ষতিসাধন কৰে।

উল্লেখযােগ্যেযে, বিগত দুদিন ধৰি অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত বৈঠালাংছৰ বৰপানী নৈৰ জলপৃষ্ঠ বিপদজনকভাবে বৃদ্ধি পাবলৈ ধৰে। ফলস্বৰূপে কার্বিলাংপি জলবিদ্যুৎ প্রকল্পৰ বান্ধত জমা হােরা অতিৰিক্ত পানীভাগ এৰি দিয়াৰ বাবে কার্বি লাংপি জলবিদ্যুৎ প্রকল্পৰ ছখনকৈ গেট খুলি দিয়া হয়।

প্রকল্পটোৰ এক নং গেটখন বন্ধ হৈ থকাৰ বিপৰীতে দুই নং গেটেৰে এশ চেঃ মিটাৰ পানী এৰি দিয়াৰ বিপৰীতে আন পাঁচখন গেটেৰে দুশ চে:মিঃ কৈ পানী এৰি দিয়া বুলি জানিব পৰা গৈছে। ইফালে, প্রকল্পটোৰ অতিৰিক্ত পানীভাগ এৰি দিয়াব ফলত আজি পুবাৰে পৰা বৃহত্তৰ বৈঠালাংছ’ এলেকাৰবিস্তৃত অঞ্চলৰ লােকৰ মাজত একপ্রকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

বাঢ়নি পানীয়ে নিমিষতে ভয়ংকৰ ৰূপ লােৱাৰ ফলত আজি পুৱাৰে পৰা বৈঠালাংছৰ বৰছালি, বেলগুৰি আমডুবি, মাইছাম, চৰাইহাগী, ইহিনলাংছ, খাৰুপিন্ধা আদি অঞ্চল প্লাবিত হৈ পৰে। ইয়াৰ লগতে বৈঠালাছ নগৰখনাে বাঢ়নি পানীৰ কবলত পৰাৰ ফলত নগৰখনত থকা কেইবাটাও গুকত্বপূর্ণ চৰকাৰী কার্যালয় পানীত ডুব যায়।

প্রাপ্ত তথ্য অনুসৰি বৈঠালাংচতথকা বন বিভাগৰ কার্যালয়, আৰক্ষী নিবেশ, নগৰ সমিতি কার্যালয়, সাপ্তাহিক বজাৰ আদি পানীত ডুব যােৱাৰ ফলত ভীষণ সমস্যাৰ সৃষ্টি হয়।বৈঠালাংছ বৰচালি পথৰ ওপৰেৰে পানী বাগৰি যােৱাৰ ফলত এই পথছােৱাৰে যােগাযােগ সম্পূর্ণৰূপে বন্ধ হৈ পৰে। আজিৰ এই বানত পূর্বে বানৰ প্রভাব নপৰা ন ন এলেকালৈও বাঢ়নি পানীৰ ঢল প্রবেশ কৰা বুলি জানিব পৰা গৈছে।

পানীৰ মাজত আৱদ্ধ হৈ পবিছে কেইবাথনাে গাঁও লোক ৷ এলেকাটোৰ বিস্তীর্ণ কৃষিভূমি বানত ডুব যােৱাৰ ফলত অনিশ্চয়তাত ভূগিছে কৃষকসকল। বানৰ তাণ্ডৱৰ পবা ৰক্ষা পােৱাৰ বাবে আক্রান্ত লােকসকলে মথাউৰি, পথৰ ওপৰত আশ্রয় গ্রহণ কৰা বুলি জানিব পবা গৈছে

Tags: FEA
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

by Staff Reporter
June 3, 2026
50
Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎
KARBI ANGLONG

Suspected substance seized : ডিলাইত অটোত তালাচী চলাই গোপন কক্ষৰ পৰা ১৪ পেকেট সন্দেহজনক পদাৰ্থ উদ্ধাৰ, গ্ৰেপ্তাৰ ৫ ‎

by ASSAM TIMES POST
June 2, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক
KARBI ANGLONG

Assam Meghalaya Border issue : অসম-মেঘালয় সীমা বিবাদৰ স্থায়ী সমাধানৰ বাবে পশ্চিম কাৰ্বি আংলঙত গুৰুত্বপূৰ্ণ বৈঠক

by News Desk
June 2, 2026
50
১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা
KARBI ANGLONG

১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা কাৰ্বি আংলঙত জৰুৰীকালীন স্বাস্থ্যসেৱা শক্তিশালী কৰা

by Staff Reporter
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
ADVERTISEMENT
Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :
National-International

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
50
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন
NORTHEAST

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
50
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ
National-International

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026
50
Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু
National-International

Bihar fire I দিল্লীৰ পিছত এইবাৰ বিহাৰ, হাস্পতালৰ অগ্নিকাণ্ডত ৩ ৰোগীৰ মৃত্যু

June 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Tragic Pilgrimage: School Trip to India Marred by Illness and Loss :

Indian Railway I ভাৰতীয় ৰে’লত ৬ হাজাৰোধিক পদত নিযুক্তি, কেনেদৰে আবেদন কৰিব

June 4, 2026
Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

Tripura Grape cultivation I উত্তৰ-পূব ভাৰতৰ কৃষি খণ্ডত এক নতুন অধ্যায়, ত্ৰিপুৰাত আৰম্ভ মিঠা আঙুৰৰ উৎপাদন

June 4, 2026
Cockroach Janata Party । ৬ জুনত ভাৰতলৈ আহিব ‘ক’কৰোচ’ দলৰ প্ৰতিষ্ঠাতা, দিল্লীৰ ৰাজপথত কৰিব প্ৰতিবাদ

Cockroach Janata Party I শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, প্ৰথম সংবাদমেলতে ‘ককৰোচ জনতা পাৰ্টি’ৰ দাবী

June 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx