![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
কাৰবি আংলং জিলাৰ অসম নগালেণ্ড সীমান্তৰ লাহৰীজানত বিধ্বংসী অগ্নিকাণ্ড।আজি দুপৰীয়া সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড লাহৰীজানৰ দুদু কলনিত সংঘটিত এই অগ্নিকাণত পাঁচ শতাধিক বাসগৃহ জুইত জাঁহ যায় ৷
ইয়াৰ উপৰিও এই ঘটনাত এটি চাৰিবছৰীয়া শিশু জুইৰ মাজত আৱদ্ধ হৈ কৰুণ ভাৱে মৃত্যুক আঁকোৱালি লয় ৷উল্লেখযোগ্য যে সীমান্তৰ এই অঞ্চলটোত বাঁহ আৰু টিনেৰে নিৰ্মিত বহু বাসগৃহ আছে।












