ASSAM TIMES POST
নিউজ ডেস্কঃ
ৰাজ্যত ক’ৰ’ণা মুক্ত হৈছে ১৮৪ জন। ৰাজ্যত ক’ৰ’ণা মুক্তৰ সংখ্যা বৰ্তমান মুঠ ৫৮৩১ গৰাকী। ক’ৰ’ণা মুক্তৰ সংখ্যা বৃদ্ধি হোৱাত উৎফুল্লিত হৈ পৰিছে স্বাস্থ্যমন্ত্ৰী গৰাকী।
📌 Discharge Alert
Glad that 1️⃣8️⃣4️⃣ more patients have been discharged today from various civil, district & model hospitals in Assam.
Our best wishes to all!
😊Total Discharged Patients – 5831
😑Active Patients – 27017:30 PM/July 01/Day's total 184#AssamCovidCount pic.twitter.com/OMFH4seVZ9
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) July 1, 2020
টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ সৈতে ৰাজ্যত সক্ৰিয় ৰোগী সংখ্যা হৈছে ২৭০১ গৰাকী আৰু ইয়াৰ বিপৰীতে মৃত্যু হৈছে ১২ গৰাকীৰ।