ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কৰোনা আক্ৰান্ত দিপমণিৰ সংস্পৰ্শলৈ অহা দুই শিশু জ্বৰ, চৰ্দি, কাহত আক্ৰান্ত : পৰ্যাপ্ত কিটৰ অভাৱত হোৱা নাই নমুনা সংগ্ৰহ

News Desk by News Desk
June 10, 2020
Reading Time: 1 min read
A A
0
কৰোনা আক্ৰান্ত দিপমণিৰ সংস্পৰ্শলৈ অহা দুই শিশু জ্বৰ, চৰ্দি, কাহত আক্ৰান্ত : পৰ্যাপ্ত কিটৰ অভাৱত হোৱা নাই নমুনা সংগ্ৰহ

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

বকলীয়াঘাট পৌৰসভাৰ সহায়ৰ হাত

ডিফু : যোৱা ৭ জুনত বকলীয়াঘাটৰ ১নং উদালি গাঁৱৰ নিবাসী ভৱ কোচৰ পুত্ৰ দিপমণি কোচৰ দেহত মাৰাত্মক কৰোনা ভাইৰাছৰ উপস্থিতি নিশ্চিত হোৱাৰ পিছতে এলেকাটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে । বিশেষকৈ হোম কোৱাৰেন্টাইনত থকা অবস্থাতো যুৱকজনে অন্য বহু লোকৰ সংস্পৰ্শলৈ অহাৰ বাতৰিয়ে অঞ্চলবাসী লোকৰ মাজত আশংকা বৃদ্ধি কৰিছে। বিশেষকৈ, বিগত সময়ছোৱাত দিপমণিৰ সংস্পৰ্শলৈ অহা চুবুৰীটোৰ আন দুটি শিশু জ্বৰ, চৰ্দি আৰু কাহত আক্ৰান্ত হোবাৰ ঘটনাই শিশুকেইকেইটাৰ অভিভাৱককো চিন্তিত কৰি তুলিছে।

ইফালে, দিপমণি কোচ কৰোনাত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ পিছতো যুৱকজনৰ পৰিয়াল অথবা চুবুৰীয়া কোনো লোকৰে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা স্বাব সংগ্ৰহ কৰা হোৱা নাই। ইয়াক লৈও দিপমণিৰ পৰিয়াল তথা অন্য লোকসকল উদ্বিগ্ন হৈ পৰিছে। এই সন্দৰ্ভত বকলীয়াঘাট অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত এইসকল লোকৰ নমুনা সংগ্ৰহৰ বাবে পৰ্যাপ্ত কিট নথকাৰ বাবেই নমুনা সংগ্ৰহ কৰিব পৰা হোৱা নাই বুলি জানিবলৈ দিয়ে।

অৱশ্যে দুই এদিনতে ইয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও চিকিৎসালয়ৰ তৰফৰ পৰা সদৰি কৰে। ইয়াৰ মাজতে বকলীয়াঘাট পৌৰসভাৰ অধ্যক্ষ হেমছিং টেৰণ, উপাধ্যক্ষা অনিতা হাজৰিকা, ৱাৰ্ড কমিছনাৰ বিজয় হাঞ্চে, প্ৰাঞ্জল শৰ্মাৰ নেতৃত্বত পৌৰসভাৰ এটা প্ৰতিনিধি দলে এলেকাটোৰ দোম কোবাৰেন্টাইন আৰু কন্টেইনমেন্ট এলেকাত থকা লোকসকলৰ অৱস্থা আৰু সুবিধা- অসুবিধাৰ বুজ লয়। এনেদৰে কৰোনাৰ সংক্ৰমণৰ আশংকাত নিজ ঘৰতে আৱদ্ধ হৈ থাকিবলগীয়া হোৱা লোকসকলক পৌৰসভাৰ তৰফৰ পৰা খাদ্য সামগ্ৰীকে ধৰি সকলো সাহায্য প্ৰদান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে । ১নং উদালি গাঁৱৰ ৰাইজেও আজি নিজাববীয়াকৈ পুঁজি সংগ্ৰহ কৰি কন্টেইনমেন্ট এলেকাত থকা পৰিয়ালসমূহক বিভিন্ন সাহায্য সামগ্ৰী প্ৰদান কৰে।

Tags: Featured
Share8Tweet3Send

Related Posts

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

by News Desk
July 22, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

by Staff Reporter
July 22, 2026
50
Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx