ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

নেহা কাক্কৰক প্ৰত্যাহ্বান চাওতাল যুৱতীৰ! ছ’চিয়েল মিডিয়াত ভাইৰেল গানৰ ভিডিও, চাওক সেই ভাইৰেল গান-

News Desk by News Desk
May 10, 2020
Reading Time: 1 min read
A A
0
নেহা কাক্কৰক প্ৰত্যাহ্বান চাওতাল যুৱতীৰ! ছ’চিয়েল মিডিয়াত ভাইৰেল গানৰ ভিডিও, চাওক সেই ভাইৰেল গান-

0 1 e1574345654996 6 1 2 2 4 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

 বিশেষ প্ৰতিবেদন :

এইবাৰৰ কাহিনী ৰাণু মণ্ডলৰ নহয়, এগৰাকী চাওতাল কিশোৰীৰহে।নেহা কাক্কৰক প্ৰত্যাহ্বান জনাব পাৰে এই চাওতাল কিশোৰীগৰাকীয়ে, গান শুনিলে হ’ব হতবাক!ৰাণু মণ্ডলক নিশ্চয় আপোনালোকৰ মনত আছে৷

যাৰ এটা গান ফেচবুকত ভাইৰেল হোৱাৰ পিছত ৰানাঘাট ষ্টেচনৰ পৰা চিধা বলিউডত খোজ ৰাখে ৰাণুই ৷ হিমেশ ৰেশমিয়াৰ সৈতে যুটি বান্ধি গোৱা গান তো একেবাৰে ছুপাৰহিট৷ আৰু তাৰ পিছত ৰাণু সমগ্ৰ বিশ্বজুৰি জনপ্রিয় ৷ এই ছ’চিয়েল মিডিয়াই ৰাণুক ষ্টাৰ বনাই দিছিল৷

কিন্তু এইবাৰৰ কাহিনী ৰাণুৰ নহয়, বৰং এগৰাকী চাওতাল কিশোৰীৰ ৷ যাৰ গান এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল ৷ নেহা কাক্কৰৰ ‘মেৰে তো সাৰি সবেৰে’ গাই ছ’চিয়েল মিডিয়াত একেবাৰে জোৱাৰ তুলিছে এইগৰাকী কিশোৰীয়ে৷গানৰ শৈলীত নেহা কাক্কৰক যে টক্কৰ দিবপৰাকৈ কোনো গুণে কম নহয় এই কিশোৰী, সেয়া গানটো শুনিলেই বুজিব পাৰিব।

Tags: Featured
Share4Tweet3Send

Related Posts

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

by Staff Reporter
June 3, 2026
50
Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ
Assam

Nalbari encounter : পৰিয়ালৰ লোকেই ঘৰৰ চৌহদত জানাজা সম্পন্ন কৰিলে আছিফ আলীৰ

by News Desk
June 2, 2026
50
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:
Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

by Staff Reporter
June 1, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC bill : বিধানসভাত গৃহীত অভিন্ন দেৱানী বিধি বিধেয়ক

by News Desk
May 27, 2026
50
Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ
Assam

Assam UCC Bill : অভিন্ন দেৱানী বিধি, ৰাজ্য চৰকাৰক আলোচনাৰ অনুৰোধ মুছলমান সংগঠনৰ

by News Desk
May 26, 2026
50
Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ
Assam

Zubeen Kshyetra I কথা মতেই কাম, চৰকাৰ গঠনৰ পিছত জুবিন ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

by Staff Reporter
May 20, 2026
50
ADVERTISEMENT
K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ
National-International

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

June 3, 2026
50
Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ
National-International

Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

June 3, 2026
50
Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক
Assam

Drugs seized I লাহৰিজানত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক

June 3, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

K Annamalai : দ্ৰাবিড় ভূমিত বিজেপি ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন : তামিলনাডুত বিজেপিৰ পোষ্টাৰ বয়ৰ পদত্যাগ

June 3, 2026
Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

Child Killed : বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই প্ৰেমিকাৰ এবছৰীয়া পুত্ৰক প্ৰহাৰ কৰি হত্যা

June 3, 2026
Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

Iran US war : কুৱেইট-বাহৰেইনত থকা আমেৰিকান ঘাটিত ইৰাণৰ ক্ষেপণাস্ত্ৰ নিক্ষেপৰ দাবী, আমেৰিকাৰ অস্বীকাৰ

June 3, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT