ASSAM TIMES POST
নিজৰ অন্তিম যাত্ৰাক লৈ কৰা ভৱিষ্যতবাণী, ঋষি কাপুৰৰ মিলি গ’ল আখৰে আখৰে। প্ৰয়াত অভিনেতা বিনোদ খান্নাৰ মৃত্যুৰ সময়ত তেওঁৰ শেষ যাত্ৰাত বহু নবীন-প্ৰবীন অভিনেতা উপস্থিত নাছিল। এনে এজন বিলিষ্ট অভিনেতাৰ অন্তিম যাত্ৰাত যদি কলা-কৌশলীসকলৰ উপস্থিত নাথাকে। তেওঁৰো ক্ষেত্ৰত একে হ’ব বুলি ধাৰণা কৰি এটা টুইট কৰিছিল সেইসময়ত। বাস্তৱত তেওঁৰ ক্ষেত্ৰতো একে হ’ল।