ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কিশোৰ কুমাৰ আছিল “আনন্দ” ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক-

Staff Reporter by Staff Reporter
April 18, 2020
Reading Time: 1 min read
A A
0
কিশোৰ কুমাৰ আছিল “আনন্দ” ছবিৰ প্ৰথম পচন্দঃ কিন্তু গেটমেনে খেদিলে পৰিচালকক-

হিন্দী ছবিসমূহৰ ভিতৰত এখন উল্লেখনীয় ছবি আছিল “আনন্দ”। এই ছবিখনে সমূহ দৰ্শকৰ হৃদয়ত এক ঠাই গঢ়ি তুলিছিল। ছবিখনৰ অনস্ক্ৰীণ কাহিনী যিমান মজবুত আছিল তাৰ সমান্তৰালকৈ ছবিখনৰ অফস্ক্ৰীণ কাহিনীয়েও দৰ্শকক মনোৰঞ্জন কৰোৱাইছিল। “আনন্দ” ছবিখন ৰাজেশ খান্নাৰ অভিনয় জীৱনৰ এখন চুপাৰহিট ছবি আছিল; কিন্তু ছবিখনত থকা দ্বিতীয়টো মূখ্য চৰিত্ৰ অমিতাভ বচ্চনে ৰাজেশ খান্নাৰ পৰা তেওঁৰ “ষ্টাৰডাম” কাঢ়ি লোৱা বুলিও একাংশই মন্তব্য কৰে। আপোনালোকে জানেনে এই ছবিখনৰ পৰিচালকৰ বাবে ৰাজেশ খান্না নাছিল তেওঁলোকৰ প্ৰথমটো পচন্দ! অভিনেতা কিশোৰ কুমাৰৰ সলনিহে লোৱা হৈছিল ৰাজেশ খান্নাক।

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

top kishore kumars fun filled songs sung for rajesh khanna 2 | ASSAM TIMES POST

আছলতে, ৰাজেশ খান্নাই যেতিয়া ছবিখন গ্ৰহণ কৰিছিল সেইটো সময়তে কিশোৰ কুমাৰে এজন বাংলা প্ৰযোজকৰ সৈতে এটা শ্ব’ত ব্যস্ত হৈ আছিল। কিন্তু কোনো কাৰণবশতঃ প্ৰযোজক গৰাকীৰ সৈতে কিশোৰ কুমাৰৰ টকা-পইচাৰ বাবে কাজিয়াৰ সৃষ্টি হয়। অৱশেষত, কিশোৰ কুমাৰ কাজিয়া কৰি ঘৰলৈ উভতি আহে আৰু নিজ বাসগৃহৰ গেটমেনক আদেশ দিয়ে যে যদিহে কোনো বেংগলী প্ৰযোজকে কিশোৰ কুমাৰক লগ কৰিবলৈ আহে তেন্তে তেওঁক খেদি দিবলৈ। সেইটো সময়তে “আনন্দ” ছবিৰ পৰিচালক ঋষিকেশ মূখাৰ্জীয়ে কিশোৰ কুমাৰক লগ ধৰিবলৈ আহে যদিও অভিনেতা গৰাকীৰ গেটমেন জনে ঋষিকেশ মূখাৰ্জীকে সেই বেংগলী প্ৰযোজক গৰাকী বুলি ভাবি তেওঁক খেদি পঠিয়ায়।

উক্ত কথাটোক লৈ পৰিচালক ঋষিকেশ মূখাৰ্জীৰ খং উঠাৰ লগতে তেওঁ নিজৰ ছবিত কিশোৰ কুমাৰক লোৱাৰ কথাও এৰি দিয়ে। কিন্তু, যেতিয়া এই আটাইবোৰ কথা কিশোৰ কুমাৰৰ কাণত পৰে তেওঁ দুখ প্ৰকাশ কৰে পৰিচালকগৰাকীৰ সমুখত।

SOURCE:http://rupaliparda.com/archives/13384

Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ
Entertainment

Aamir Khan : আমিৰ খান আৰু গৌৰী স্প্ৰাট আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ

by News Desk
July 5, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
ADVERTISEMENT
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ
National-International

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026
50
Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong Sports Association : কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx