ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অংগৰাগৰ “ধিক্কাৰ এই জীৱন”-

Staff Reporter by Staff Reporter
March 16, 2020
Reading Time: 1 min read
A A
0
অংগৰাগৰ “ধিক্কাৰ এই জীৱন”-

বিগত বছৰৰ পৰাই দৰ্শকৰ হৃদয়ত উৎসাহৰ সৃষ্টি কৰি ৰখা ছবি “গৰু” ৰ প্ৰথমটো ভিডিঅ’ গীতে ইতিমধ্যে লাভ কৰিলে মুক্তি। অসমে কিছু বেয়া পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱাত “গৰু” ৰ মুক্তিৰ তাৰিখ জানুৱাৰীৰ পৰা পিছুৱাই ১ মে’ তাৰিখলৈ লৈ যোৱা হৈছিল। চচিয়েল মিডিয়াত প্ৰথমে ব্যতিক্ৰমী ধৰণে প্ৰচাৰ আৰম্ভ কৰা এই ছবিখনক লৈ উৎসাহী অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকো। চেঞ্চৰ বোৰ্ডেও গ্ৰীণ চিগনেল দিয়া “গৰু” ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে পূৰ্বতে মুক্তিপ্ৰাপ্ত “ছাকিৰা আহিব বকুলতলৰ বিহুলৈ” ছবিৰ পৰিচালক হিমাংশু প্ৰসাদ দাস। চাহজাহানৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত এই ছবিখনত সংযোজিত “ধিক্কাৰ এই জীৱন” শীৰ্ষক গীতটিত কন্ঠদান কৰা অংগৰাগে নিজাববীয়াকৈ মুম্বাইত গীতটিত কন্ঠদান কৰি মেইল যোগে হিমাংশু প্ৰসাদ দাসক প্ৰেৰণ কৰে। ব্যক্তিগত চিনাকী নথকা স্বত্বেও অংগৰাগে গীতটিত কন্ঠদান কৰিম বুলি কোৱাত পৰিচালক আনন্দিত হৈছিল বুলিও তেওঁ ফেচবুক যোগে জনায় আৰু লগতে, পাপনলৈ গীতটিৰ বাবে ধন্যবাদো জ্ঞাপন কৰে।

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

https://youtu.be/qQzo-RnLvf8

Capture 2 | ASSAM TIMES POST

আনহাতে, ছবিখনৰ প্ৰমশ্ব’নেল গীতটিত দীপলিনা ডেকা আৰু মিনিমিয়ে কন্ঠদান কৰাৰ লগতে ছবিখনত অন্তুৰ্ভূক্ত আন এটি গীত “চকু মেলি চোৱা” ত কন্ঠদান কৰিছে দীক্ষু শৰ্মাই। চিনেমাখনৰ “পাহি মেলি” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে তৰালী শৰ্মা আৰু নীল আকাশে। “গৰু” ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছে বাহাৰুল ইছলাম, অৰুণ নাথ, প্ৰাঞ্জল শইকীয়া, পাকিজা বেগম তথা চন্দন দাস, কমল লোচন আৰু লনিশ্ৰী দাসে।

WhatsApp Image 2020 03 16 at 13.24.19 | ASSAM TIMES POST

উল্লেখ্য যে, “এ ছোৱালী এবাৰ ভাল পাই চাবা নেকি??” – উক্ত কবিতাটিয়ে হাজাৰ হাজাৰ যুৱ প্ৰজন্মক এগৰাকী শিল্পীৰ অনুৰাগী হ’বলৈ বাধ্য কৰাইছিল। অসমৰ এনে এগৰাকী ব্যতিক্ৰমী চিন্তা-ধাৰাৰ শিল্পীয়ে হৈছে হিমাংশু প্ৰসাদ দাস। ২০০৮ বৰ্ষত দিল্লী স্থিত নেশ্বনেল স্কুল অৱ ড্ৰামাত তেওঁ অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি অসমত নতুন উদ্যমেৰে উভতি আহি নিজৰ লগতে নাটক সমূহক এক অন্য যাত্ৰা প্ৰদান কৰাৰ চেষ্টা কৰিছিল। ইয়াৰ উপৰিও হিমাংশু প্ৰসাদ দাসে পৰিচালিত কৰা “ছাকিৰা আহিব বকুল তলৰ বিহুলৈ” শীৰ্ষক ছবিখনেও লাভ কৰিছিল দৰ্শকৰ বৃহৎ সংখ্যাত সমাদৰ। তেওঁৰ শেহতীয়াকৈ নিৰ্মিত ছবি “গৰু” ক লৈ তেওঁ বিভিন্ন পোষ্ট যোগে চচিয়েল মিডিয়াত দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। কিছুদিন পূৰ্বে “১ মে তাৰিখে বহুতৰে মুখা খোল খাব” ইত্যাদি বিভিন্ন শাৰীৰে পোষ্ট কৰি পৰিচালক গৰাকীয়ে “গৰু” ক সফল ছবি ৰূপে পৰিগণিত কৰাৰ চেষ্টা কৰিছে।

SOURCE:https://rupaliparda.com/archives/11513himangshu prasad das | ASSAM TIMES POST

Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx