ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

মুঠ ৬২ টা স্থানত “জানমণি” ৰ প্ৰচাৰঃ

Staff Reporter by Staff Reporter
March 14, 2020
Reading Time: 1 min read
A A
0
মুঠ ৬২ টা স্থানত “জানমণি” ৰ প্ৰচাৰঃ

“সৌ সিদিনা আবেলি পৰত” “মাতিছা যদি যাবই লাগিব” ইত্যাদি বিহু গীত আপোনাৰ নিশ্চয় মনত আছে। নাথাকিবইনো কিয়? এই গীতসমূহে বিগত বহু সময়ৰ পৰা শ্ৰোতাক আকৰ্ষিত কৰি ৰাখিছে। এনে গীতসমূহৰ বিষয়ে কোৱাৰ লগে লগে আপোনালোকৰ মনলৈও হয়টো এটা নামেই আহিছে; সেয়া হৈছে “জানমণি”। হয়, সুদীৰ্ঘ ৭ বছৰৰ অপেক্ষাৰ অন্তত আকৌ এবাৰ দৰ্শকৰ বাবে আহি আছে “জানমণি”। এইখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “জানমণি” ত কিন্তু নাথাকিব অভিনেত্ৰী শ্যামন্তিকা। ইয়াৰ সলনি দৰ্শকে ছবিখনত কেইবাখনো নতুন মুখ দেখিবলৈ পাব। ৩ এপ্ৰিলত মুক্তিপাবলগীয়া এই ছবিখনৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে পূৰ্ণ গতিত প্ৰচাৰ। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কৰা হ’ব আগন্তুক অসমীয়া ছবি “জানমণি” ৰ প্ৰচাৰ।

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

72126774 108515613843386 5858615108288467402 n1 | ASSAM TIMES POST

শদিয়াৰ পৰা ধুবুৰীলৈ মুঠ ৬২ টা স্থানত ছবিখনৰ প্ৰচাৰ কৰিব ইয়াৰ কলা-কুশলীয়ে। বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ ইতিমধ্যে ছবিখনৰ কলা-কুশলীয়েগ আৰম্ভ কৰিছে প্ৰচাৰ। ফাৰ্ষ্ট লুক পোষ্টাৰৰ লগতে ছবিখনৰ টিজাৰ মুকলিৰে দৰ্শকক উৎসাহিত কৰি ৰখা হৈছে। অহা ৩ এপ্ৰিল তাৰিখে মুক্তি পাবলগীয়া এই ছবিখনৰ পৰিচালনা লগতে কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বিষ্ণুজ্যোতি সন্দিকৈৰ। এন কে প্ৰডাকচনৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ প্ৰচাৰত “জানমণি” ৰ কলা-কুশলী সকলৰ সৈতে উপস্থিত আছে কন্ঠশিল্পী বিপিন চাউদাং তথা জনপ্ৰিয় গীতিকাৰ ও সুৰকাৰ বিমান বৰুৱা।

View this post on Instagram

A post shared by Digi Music (@digimusic_studio)

https://youtu.be/PuiH8oIsvuc

উল্লেখ্য যে, ২০১৩ চনৰ পিছত “জানমণি” ৰ কোনো ভিচিডিয়ে লাভ কৰা নাছিল মুক্তি। এন.কে.প্ৰডাকচনৰ নামো ক্ৰমশ দৰ্শকৰ মনৰ পৰা আঁতৰিছিল যদিও পুনৰ বাৰ এই নাম দৰ্শকৰ মন মগজুত ৰাখিবলৈ চেষ্ট কৰা হৈছে। সেইবাবেই হয়টো “এন কে প্ৰডাকচন” ৰ নামেৰেই খোলা হৈছে এটি ইনষ্টাগ্ৰাম একাউন্টত; য’ত আগন্তুক ছবিখনৰ বিভিন্ন তথ্য লাভ কৰিব পৰা যাব। আনহাতে, ৰোমান্টিক কাহিনী সন্নিৱিষ্ট “জানমণি” ত কেইবাটাও মিউজিক ভিডিঅ’ত অভিনীত দীপজ্যোতি মহন্তই মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল। দীপজ্যোতিৰ এইখনেই হ’ব অভিনয় জীৱনৰ প্ৰথমখন ছবি। ইয়াৰ লগতে,ছবিখনত “জানমণি” চৰিত্ৰটিত অভিনয় কৰিছে দিগাংগনা বৰাই।

SOURCE:https://rupaliparda.com/archives/11402

Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx