ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

জীনত আমন আৰু দেৱানন্দেও কৰিছিল হলীউড ছবিত অভিনয়ঃ প্ৰেমৰ আৰম্ভণি হোৱা স্বত্বেও পিছুৱাইছিল দেৱ আনন্দ-

Staff Reporter by Staff Reporter
March 14, 2020
Reading Time: 1 min read
A A
0
জীনত আমন আৰু দেৱানন্দেও কৰিছিল হলীউড ছবিত অভিনয়ঃ প্ৰেমৰ আৰম্ভণি হোৱা স্বত্বেও পিছুৱাইছিল দেৱ আনন্দ-

বলীউড তাৰকা ইৰফান খান, প্ৰিয়ংকা চোপ্ৰা তথা দীপিকা পাডুকনে বলীউড ক্ষেত্ৰখনৰ সমানে জনপ্ৰিয়তা লাভ কৰিছিল হলীউড ক্ষেত্ৰখনতো। এওঁলোকৰ পূৰ্বেও কিন্তু আগৰ সময়ছোৱাত হলীউডত কাম কৰাৰ সুবিধা লাভ কৰিছিল বলীউড তাৰকাই। বলীউডৰ কেইটামান জনপ্ৰিয় যুঁটিৰ ভিতৰত থকা জীনত অমান আৰু অভিনেতা দেৱ আনন্দে বলীউডৰ আগেয়ে একেলগে কাম কৰিছিল হলীউড ছবিত। ১৯৭০ চনত জীনত আমনে নিজ অভিনয় জীৱনৰ আৰম্ভ কৰিছিল এখন হলীউড ছবি “The Evil Within” ৰ দ্বাৰা। ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ পৰিচালনা কৰিছিল Lamberto V Avellana য়ে।

RELATED POSTS

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

13c39083b8107037713dd2ceee5519d0 | ASSAM TIMES POST

উক্ত ছবিখনত কেইবাজনো জনপ্ৰিয় ভাৰতীয়ৰ মুখ দেখিবলৈ পোৱা গৈছিল; সেইকেইজন হৈছে ক্ৰমে প্ৰেম নাথ, ইস্তেফাৰ, এমবী ছেট্টী আৰু জগদীশ ৰাজ। “পাছপোৰ্ট টু ডেঞ্জৰ” নামেৰে জনপ্ৰিয় এই ছবিখন জেমস্ বোণ্ডৰ দ্বাৰা প্ৰভাৱিত এখন “ক্ৰাইম থ্ৰীলাৰ” ছবি আছিল। উল্লেখ্য যে, সেই সময়ছোৱাত জীনত অমান আৰু দেৱ আনন্দৰ কেমেষ্ট্ৰী আছিল দৰ্শকৰ বাবে উপভোগ্য। ১৯৭১ চনত মুক্তিপ্ৰাপ্ত বলীউড ছবি “হাৰে ৰাম হাৰে কৃষ্ণা” ৰ সফলতাৰ পিছত জীমত আমনক লৈ দেৱ আনন্দৰ মনত ভালপোৱাৰ অনুভৱ হৈছিল যদিও পিছলৈ ৰাজ কাপুৰ আৰু জীনতৰ বাঢ়ি অহা বন্ধুত্ব দেখি দেৱ আনন্দে নিজেই পিছ হুহুুঁকিছিল। উক্ত কথাখিনি অভিনেতা গৰাকীয়ে নিজেই “ৰোমেঞ্চিং উইথ লাইফ” ত ব্যক্ত কৰে।

10990354 | ASSAM TIMES POST

১৯৫১ চনত জন্মলাভ কৰা অভিনেত্ৰী জীনত আমনে নিজ অভিনয় জীৱনত ৬০ খনতকৈও অধিক ছবিত অভিনয় কৰিছে। আনহাতে, অভিনয়ৰ ব্যতিক্ৰমী ষ্টাইলৰ বাবে জনাজাত আছিল অভিনেতা দেৱ আনন্দ। ১৯২৩ চনত জন্ম গ্ৰহণ কৰা এই গৰাকী অভিনেতাই মুম্বাইলৈ আহি মিলিটেৰী চেঞ্চৰ অফিচত ১০৭ টকা বেতনেৰে কাম কৰি জীৱন নিৰ্বাহ কৰিছিল। “হম এক হে” ৰ দ্বাৰা কেৰিয়াৰ আৰম্ভ কৰা দেৱ আনন্দে “জিদ্দী” ত কৰা অভিনয়ৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয়। কেইবাটাও উল্লেখযোগ্য বঁটা লাভ কৰা এই গৰাকী অভিনেতাৰ মৃত্যু হয় ২০১১ চনৰ ৩ ডিচেম্বৰ তাৰিখে।

SOURCE:https://rupaliparda.com/archives/11396

Share4Tweet3Send

Related Posts

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

by News Desk
July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

by News Desk
July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

by News Desk
July 18, 2026
50
CJP protest : সোণম ৱাংচুকৰ ঠাইত অনশনত বহাৰ পিছতেই অভিজিত দীপকেৰ মুখত চিয়াঁহী নিক্ষেপ মহিলাৰ

Extramarital affair : চালকৰ লগত প্ৰেম, ২০ লাখৰ বীমা পলিচিৰ বাবে স্বামীক হত্যা

Vikram 1 Launched I ভাৰতৰ প্ৰথমটো ব্যক্তিগত ৰকেট বিক্ৰম-১ৰ সফল উৎক্ষেপণ

by Staff Reporter
July 18, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT