ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ

Staff Reporter by Staff Reporter
March 12, 2020
Reading Time: 1 min read
A A
0
পুত্ৰ সন্তান এটি জন্ম দিয়াৰ পিছতেই মৃত্যু কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নী মানশ্ৰীৰঃ

এক দুঃখবৰে এতিয়া মৰ্মাহত কৰিছে অসমীয়া সংগীত জগতক। জনপ্ৰিয় কন্ঠশিল্পী ৰূপম ভূঞাৰ পত্নীৰ বিয়োগৰ খবৰে এতিয়া ব্যথিত কৰিছে তেওঁৰ অনুৰাগী সকলক। যুৱ প্ৰজন্মৰ মন পৰশা কন্ঠৰ গৰাকী সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী কন্ঠশিল্পী হৈছে ৰূপম ভূঞা। গুৱাহাটী মহানগৰীত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে সৰুৰ পৰা বিভিন্ন “মইনা মেল”, “মইনা পাৰিজাত” আদি অনুষ্ঠানত অংশগ্ৰহণ কৰি সংগীত ক্ষেত্ৰখনৰ সৈতে চিনাকী হৈছিল। “Indian Fusion Band North East Breeze” শীৰ্ষক সংগীত গোষ্ঠীটোৰ মূল ব্যক্তি ৰূপম ভূঞাই অনুৰাধা, মমতাজ, আকাশ চুবৰ মন আদি কেইবাখনো ছবিত কন্ঠদান কৰাৰ লগতে “গজল” ও তেওঁ পৰিৱেশন কৰে।

RELATED POSTS

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Capture 1 | ASSAM TIMES POST

38461428 1762325370518027 6427209870298054656 n | ASSAM TIMES POST

বুধবাৰে দিনৰ প্ৰায় ১২ বজাত এটি পুত্ৰ সন্তান জন্ম দিছিল কন্ঠশিল্পী গৰাকীৰ পত্নীয়ে। এই সুঃখবৰটো ৰূপম ভূঞাই নিজে চচিয়েল মিডিয়া যোগে জনাইছিল তেওঁৰ অনুৰাগী বৃন্দক। মানশ্ৰী আৰু ৰূপম ভূঞাৰ এই সুখবৰটোত যেন গ্ৰহণ লাগিল। হঠাতে ছাৰখাৰ হৈ পৰিল কন্ঠশিল্পী গৰাকীৰ সংসাৰ। নিষ্ঠুৰ নিয়তিৰ পৰিহাস। সন্তান জন্ম দি মৃত্যক আঁকোৱালি ল’লে ৰূপম ভূঞাৰ পত্নী মানশ্ৰীয়ে। উক্ত খবৰটো শুনাৰ পিছতেই কন্ঠশিল্পী তথা পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে এতিয়া গুণমুদ্ধ সকলে।

17021612 1238039012946668 8469270653873667956 n | ASSAM TIMES POST

উল্লেখ্য যে,শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ৰূপম ভূঞাৰ এটি নতুন গীতে আকৌ এবাৰ শ্ৰোতাৰ হৃদয় চুবলৈ সক্ষম হৈছিল। “ফাগুনৰ আকাশক আজি” শীৰ্ষক ৰোমান্টিক গীতটিক পচন্দ কৰিছিল বহুলোকে। উক্ত গীতটিৰ কথা -সুৰ দীপাংকৰ শইকীয়াৰ লগতে ইয়াত সংগীত দিছে বিভূতি গগৈয়ে। গীতটিত শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল দিগন্ত বৰদলৈ।

SOURCE:https://rupaliparda.com/archives/11334

Share4Tweet3Send

Related Posts

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
Guwahati Shock I Man Dies After Alleged Assault by Transgender Group
Guwahati

Guwahati Shock I Man Dies After Alleged Assault by Transgender Group

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
50
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’
Entertainment

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
50
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
National-International

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026
50
Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে
National-International

Sonam Wangshuk : অনশন ভাঙিব পৰা নাই ৱাংচুকৰ, হাস্পতালৰ পৰা জনালে পত্নীয়ে

July 18, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

July 18, 2026
72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

72nd National Film Awards : ৭২ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা, শ্ৰেষ্ঠ অসমীয়া ছবি ‘জুইফুল’

July 18, 2026
Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

Punjab Police Officer arrested : গেংষ্টাৰৰ হৈ ৪ কোটি দাবী কৰি ভাবুকি দি গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

July 18, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx