ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

নিউজ ডেস্কঃ

News Desk by News Desk
September 28, 2026
Reading Time: 1 min read
A A
0
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

RELATED POSTS

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

New Logo Smal 2 | ASSAM TIMES POST

সাপক অত্যাচাৰ চলাই মৰিয়নিৰ দিচৈ চাহ বাগিচাত (Dichow Tea Garden) বন বিভাগৰ হাতত আটক হ’ল এজন লোক। এডাল প্ৰকাণ্ড বিষাক্ত ৰজা ফেঁটী (King Cobra) সাপ ধৰি নিশাৰ ভাগত অত্যাচাৰ চলোৱাৰ অভিযোগত বন বিভাগে লোকজনক আটক কৰিছে। সাপডালক আঘাত কৰি ডিঙিত লৈ বাগিচাৰ লাইনত চোঁচৰাই লৈ ফুৰা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে বন বিভাগে নিশাই লোকজনক আটক কৰে।

cobra | ASSAM TIMES POST
বিষাক্ত ৰজা ফেঁটী

উল্লেখ্য যে, দিচৈ চাহ বাগিচাৰ এঘৰ লোকৰ ঘৰত এডাল প্ৰকাণ্ড সাপ সোমোৱাৰ খবৰ বন বিভাগক দিয়া হৈছিল। বন বিভাগৰ লোকে সাপডাল উদ্ধাৰ কৰি থকা সময়তে মন চবৰ নামৰ লোকজনে ঘৰত প্ৰৱেশ কৰি সাপডালক মৰিয়াই আঘাত কৰি বাগিচাৰ লাইনত চোঁচৰাই ফুৰাৰ লগতে ডিঙিত লৈ ফটোৰ বাবে প’জ দিয়া ঘটনাই এতিয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

বন বিভাগে বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ ৰ অধীনত লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰিছে। আঘাতপ্ৰাপ্ত সাপডালক বৰ্তমান চিকিৎসাৰ বাবে কাজিৰঙালৈ প্ৰেৰণ কৰা হৈছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: KingCobra
Share4Tweet3Send

Related Posts

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

by News Desk
September 28, 2026
50
Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক
Assam

Gyanesh Kumar controversy : জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ, গৌৰৱ গগৈসহ কেইবাজনো নেতাক আটক

by News Desk
September 25, 2026
56
Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
Assam

Golakganj : গোলকগঞ্জত আৰক্ষীৰ অভিযানত কোটি টকাৰ সোণৰ অলংকাৰসহ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ

by News Desk
September 25, 2026
53
Kheirabari : ওদালগুৰিৰ খৈৰাবাৰীত বন্দুকধাৰী দুৰ্বৃত্তৰ আক্ৰমণ

51
Ganja seized : গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত ২ কোটিৰোধিক টকাৰ গাঞ্জাসহ জব্দ ট্ৰাক, ৩ সৰবৰাহকাৰী আটক

ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধে ৰাইজৰ দলৰ তীব্ৰ ক্ষোভ, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী

September 24, 2026
52
ADVERTISEMENT
Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা
National-International

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
50
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান
National-International

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
50
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী
Assam

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

September 28, 2026
50
King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….
Assam

King Cobra : সাপক অত্যাচাৰ কৰি বিপদত এজন….

September 28, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

Punjab University row : ছাত্ৰীক গণ ধৰ্ষণৰ অভিযোগক লৈ উত্তপ্ত পঞ্জাব বিশ্ববিদ্যালয়, ১০ দিনৰ বাবে পাঠদান বন্ধ ঘোষণা

September 28, 2026
ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

ADR report : চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল সলনি, ২৬ শতাংশৰ বিজেপিত যোগদান

September 28, 2026
Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

Drugs Seized : মাৰ্ঘেৰিটাত আৰক্ষীৰ বৃহৎ সফলতা, নিষিদ্ধ ড্ৰাগছসহ আটক ড্ৰাগছ সৰবৰাহকাৰী

September 28, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d