ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

কাৰবি আংলঙত আৱিষ্কাৰ হ’ল আন এক জলপ্ৰপাত!

ASSAM TIMES POST by ASSAM TIMES POST
March 6, 2020
Reading Time: 1 min read
A A
0
কাৰবি আংলঙত আৱিষ্কাৰ হ’ল আন এক জলপ্ৰপাত!

0 1 e1574345654996 6 1 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ডিফুৰ পৰা ছাইদু ইছলামৰ বিশেষ প্ৰতিবেদন 

পাহাৰীয়া জিলা কাৰবি আংলঙৰ পৰ্যটনথলীৰ তালিকাত সংযোজন হ’ল আন সম্ভাব্য এক জলপ্ৰপাত! হয়, কাৰবি আংলংবাসীৰ ই এক সু -খবৰ ৷ নিলীপ পৰিষদীয় সমষ্টি নিলীপৰ এক দুৰ্গম এলেকা কয়লা মাটিৰ ঘন অৰণ্যৰ ভিতৰত আৱিষ্কাৰ হৈছে জলপ্ৰপাতটো ৷

https://wordpress-440531-1379741.cloudwaysapps.com/wp-content/uploads/2020/03/WhatsApp-Video-2020-03-06-at-9.53.18-PM.mp4

আচৰ্যৰ বিষয় এইটো যে, বিগত ৫ বছৰমান পূৰ্বে স্থানীয় গাওঁবাসীয়ে প্ৰত্যক্ষ কৰে উক্ত জলপ্ৰপাতটো ৷ জলপ্ৰপাতটো মৰ্ম বুজিব নোৱাৰা প্ৰত্যক্ষদৰ্শীয়ে এই জলপ্ৰপাতটো বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টিগোছৰ নকৰালে ৷ কেএছএৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্য, স্থানীয় গাওঁবুঢ়া, কয়লামাটি উন্নয়ণ সমিতি আৰু কেএছএৰ সদস্য সকলে পুণৰ জলপ্ৰপাতটোক আৱিষ্কাৰ কৰি যোৱা ৫ মাৰ্চত নৱ আৱিষ্কৃত জলপ্ৰপাতটো শুভ উদ্ধোধন কৰে ৷

উদ্ধোধন কৰা জলপ্ৰপাতটোৰ নাম “ছেমেলাংছ জলপ্ৰপাত” জলপ্ৰপাতটো চকীহ’লা থানাৰ পৰা প্ৰায় ১৫ কিল’মিটাৰ আৰু কয়লামাটি বজাৰৰ পৰা প্ৰায় ৩ কিল’মিটাৰ নিলগত অৱস্থিত ৷নামেৰে নামাকৰণ কৰা হৈছে ৷ উক্ত স্থানতে কাৰবি আৰু নগা সম্পৰদায়ৰ লোক সকলে বিশৃংখলতা আৰু ঘৃণাৰ সৃষ্টি নকৰাকৈ প্ৰেম আৰু ভাতৃত্ববোধ বজাই ৰাখি সুখেৰে বসবাস কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল ৷

পিছপৰা আৰু চকু নপৰা নিলীপ সমষ্টিৰ উৎকৃষ্ট সামাজিক উন্নয়ণ কৰাৰ বাবে কাৰবি ছাত্ৰ সন্থা চমুকৈ কেএছএ আৰু গাওঁবুঢ়া সকলে প্ৰচেষ্টা ৰাখিছে বুলি কেএছএৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যবাহী সদস্য ভাৰ্ণভাছ কিলিঙে এক বিবৃতি যোগে জানিবলৈ দিছে ৷ এই সন্দৰ্ভত অনুষ্ঠিত হোৱা এক সভাত কেএছএ, গাওঁবুঢ়া সকল আৰু কয়লামাটি উন্নয়ণ পৰিষদে জলপ্ৰপাতটো সৌন্ধৰ্যবৃদ্ধি কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

উদ্ধোধনী অনুষ্ঠানত কেএছএৰ ভাৰ্ণভাছ কিলিঙ ছিংনড বে’, জ্যেষ্ঠ নাগৰিক হৰ’ছিং বে’, মদন কাথাৰ, ডেনিয়েল টকবী, বাপুৰাম তিছ’, থানুৰাম কিলিঙ, মেণ্ডালচন ৰংফাৰ , স্থানীয় যুৱক আৰু গাওঁবুঢ়া সকল উপস্থিত থাকে ৷ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগে জলপ্ৰপাতটোক পৰ্যটনথলীলৈ ৰূপান্তৰিত কৰিবলৈ উদ্যোগ লবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

Tags: featured3
Share28Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx