ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

ডিফুত ডিএলএছএৰ উদ্যোগত অ’ৰিয়েণ্টেল কাৰ্যসুচী সম্পন্ন

ASSAM TIMES POST by ASSAM TIMES POST
March 4, 2020
Reading Time: 1 min read
A A
0
ডিফুত ডিএলএছএৰ উদ্যোগত অ’ৰিয়েণ্টেল কাৰ্যসুচী সম্পন্ন

0 1 e1574345654996 6 1 | ASSAM TIMES POST ASSAM TIMES POST

RELATED POSTS

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

ডিফু: ডিষ্ট্ৰিক্ট লীগেল ছাৰ্ভিছ অথ’ৰিটি চমুকৈ ডিএলএছএৰ উদ্যোগত আজি ডিএলএছএৰ সভা কক্ষত আৱশ্যক সন্ধানী সকলৰ মাজত আইনী সুবিধা উপলব্ধ কৰাবলৈ এক অ’ৰিয়েণ্টেছন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷ সমাজত আৱশ্যক সন্ধানী আৰু দৰিদ্ৰ শ্ৰেণীৰ মাজত আইনী অধিকাৰ আৰু সুবিধা উপলব্ধ কৰাবলৈ অৰ্দ্ধ আইনী স্বেচ্ছাসেৱকৰ বিশেষ দায়িত্ব পালনৰ বাবে সজাগতা সৃষ্টি কৰাই এই অ’ৰিয়েণ্টেছন কাৰ্যসূচীৰ মূল লক্ষ্য আৰু উদ্যেশ্য ৷

আৱশ্যক সন্ধানী আৰু দৰিদ্ৰ লোকৰ মাজত আইনী প্ৰতিষ্ঠান সমূহৰ মাজত ব্যৱধান হ্ৰাস কৰাই অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক সকলৰ কৰ্তব্যৰ ভিতৰত পৰে ৷ এনে স্বেচ্ছাসেৱী সকলে সমাজত আইনী সুবিধা প্ৰদান কৰা বিষয় সমূহৰ ওপৰত ডিএলএছএৰ অধ্যক্ষ, তথা জিলা সত্ৰ ন্যায়াধীশ এজেএছ আব্দুল হেকিম, সচিব তথা আইনী বিষয়া এজেএছ নেগিব আহমেদ মুখ্য ন্যায়িক দণ্ডাধীশ মমতা ভাদানী, অধিবক্তা ৰবিনচন হাঞ্চে, আজিৰ কাৰ্যসূচীত আলোকপাত কৰে ৷ অৰ্দ্ধ আইনী স্বেচ্ছাসেৱক সকলে এনে অ’ৰিয়েণ্টেছন কাৰ্যসূচীকলৈ সন্তুষ্টি প্ৰকাশ কৰে ৷

Tags: featured3
Share72Tweet3Send

Related Posts

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

by News Desk
July 20, 2026
50
Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন
KARBI ANGLONG

Swapnalok Diphu । ‘স্বপ্নলোক’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱস উদযাপন

by Staff Reporter
July 20, 2026
50
Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ
KARBI ANGLONG

Karbi Anglong Sports Association I কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠা দিৱসত ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰৰ আহ্বান তুলিৰাম ৰংহাঙৰ

by Staff Reporter
July 19, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
ADVERTISEMENT
Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান
National-International

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
50
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু
KARBI ANGLONG

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
50
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি
National-International

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026
50
CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই
National-International

CJP protest I ৱাংচুকৰ অনুৰোধত অনশন ভংগ কৰিলে ককৰোচ প্ৰধান অভিজিৎ দীপকেসহ তিনি ছাত্ৰনেতাই

July 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

Ram Mandir controversy : ৰাম মন্দিৰৰ দানৰ ধন চুৰি গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়, ৰাজনীতি নকৰিবলৈ আহ্বান

July 20, 2026
Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

Karbi Anglong flood : কাৰ্বি পাহাৰত বানৰ তাণ্ডৱ, দুজনৰ মৃত্যু

July 20, 2026
CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

CJP protest I অৱশেষত আলোচনাত বহিবলৈ সন্মত কেন্দ্ৰ, নাড্ডাৰ সৈতে বৈঠকত বহিব ককৰোচ পাৰ্টি

July 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx