ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 20, 2026
Reading Time: 1 min read
A A
0
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

RELATED POSTS

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

New Logo Smal 2 | ASSAM TIMES POST

শান্তিনিকেতনৰ পৰা সুকুমাৰ কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা এজন বিশিষ্ট ভাস্কৰ্য শিল্পী (Sculptor) হৈছে সত্যেন্দ্ৰ তেৰাং (Satyendra Terang)। এইগৰাকী প্ৰখ্যাত শিল্পী, যাৰ কাৰুকাৰ্য্যই কাৰ্বি আংলং জিলাৰ লগতে ৰাজ্যৰ বহু প্ৰান্তৰ স্থাপত্যৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। কিন্তু বিগত দুবছৰ ধৰি তেওঁৰ পত্নীক (For two years, his wife) ধৰ্ষণ কৰি হত্যা (Rape and murder) কৰাসকলৰ ন্যায় আৰু শাস্তিৰ বাবে অপেক্ষা কৰি এতিয়া তেওঁ গভীৰ হতাশাত ভুগিছে।

২০২৪ চনৰ ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজাৰ দিনা সত্যেন্দ্ৰ তেৰাঙৰ পত্নী ৰীণা ৰংপিনী (Wife Reena Rangpini)য়ে ডিফু চহৰৰ থানা পথ (Thana Road, Diphu City)ত থকা তেওঁলোকৰ বাসগৃহত পূজা কৰি ডিফু-লুমডিং পথৰ ১১নং মাইলত থকা নিজৰ ঘৰলৈ ৰাওনা হয়। সত্যেন্দ্ৰ তেৰাঙে উল্লেখ কৰে যে অটোৰিক্সাৰে উভতি অহাৰ সময়ত চালকজনে অজ্ঞাত কাৰণত ৬নং মাইলৰ জিলা কাৰাগাৰৰ সমীপত তেওঁক নমাই থৈ যায়। সেই নিশা দুই কিলোমিটাৰ খোজকাঢ়ি ৪ মাইল পোৱাৰ পিছত তেওঁ মানুহ ৰূপী দানৱৰ দল এটাৰ সন্মুখীন হয়। সেই নিশা তেওঁক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰে।

যদিও তদন্তৰ সময়ত আৰক্ষীয়ে তিনিজন ব্যক্তিক আটক কৰিছিল, তথাপিও প্ৰধান অভিযুক্ত ৰঞ্জিত টিছ’ এতিয়াও পলাতক হৈ আছে। প্ৰধান অভিযুক্ত পলাতক হোৱাৰ বাবে আৰক্ষীয়ে ৯০ দিনৰ সময়সীমাৰ ভিতৰত অভিযোগনামা দাখিল কৰিব নোৱাৰিলে। ফলস্বৰূপে আটক কৰা তিনিওজন সন্দেহযুক্ত লোকে জামিন লাভ কৰে আৰু বৰ্তমান মুকলি আকাশৰ তলত আছে।

karbi 6 | ASSAM TIMES POST
সত্যেন্দ্র তেৰাং

এই সন্দৰ্ভত তদানীন্তন আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, বৰ্তমানৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম শইকীয়াৰ সৈতে বাৰে বাৰে যোগাযোগ কৰাৰ চেষ্টা চলোৱাৰ পিছতো কোনো সুনিৰ্দিষ্ট উত্তৰ পোৱা নগ’ল। আৰক্ষী বিষয়াসকলে দাবী কৰিছে যে প্ৰধান সন্দেহযুক্ত ৰঞ্জিত টিছ’ক শীঘ্ৰে আটক কৰা হ’ব। কিন্তু সত্যেন্দ্ৰ তেৰাঙে এটা প্ৰশ্ন উত্থাপন কৰিছে- এই আধুনিক যুগত, মোবাইল ট্ৰেকিঙৰ পৰা আৰম্ভ কৰি ড্ৰ’নলৈকে প্ৰযুক্তি হাতত থকা সময়ত, এনে আধুনিক প্ৰযুক্তিৰে সজ্জিত আৰক্ষী বাহিনীটোৱে কিয় ৰঞ্জিত টিছ’ক বিচাৰি উলিয়াব পৰা নাই?

গভীৰ ক্ষোভ আৰু অনুশোচনা প্ৰকাশ কৰি তেওঁ কয়, “যেতিয়া মই কটন কলেজত পঢ়ি আছিলোঁ তেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সাধাৰণ সম্পাদক আছিল আৰু আমাৰ মাজত চিনা-পৰিচয় আছিল। তেওঁ যেতিয়া কোনো অনুষ্ঠানৰ বাবে ডিফুলৈ আহিছিল, তেতিয়া মই আনকি এই বিষয় সন্দৰ্ভত এখন স্মাৰক-পত্ৰও জমা দিছিলোঁ। অৱশ্যে তেওঁ মোক চিনি পোৱা নাছিল। তেওঁ স্মাৰক-পত্ৰৰ ফাইলটো আন কাৰোবাৰ হাতত দি কেৱল সেইটো চোৱাৰ নিৰ্দেশ দিছিল। কিন্তু তাৰো উত্তৰ আজিলৈকে পোৱা নাই।”

প্ৰধানমন্ত্ৰীৰ অভিযোগ কোষলৈ পত্ৰ লিখাৰ পিছতো কোনো সঁহাৰি লাভ নকৰাত হতাশ হৈ সত্যেন্দ্ৰ তেৰাঙে কয়, “যদি ডিফু সদৰ থানাৰ ঠিক ওচৰতে বাস কৰা এজন পৰিচিত বাসিন্দাৰ ন্যায় বিচৰাৰ সময়ত এই দুৰ্দশা হয়, তেন্তে দুৰ্গম গাঁৱৰ সাধাৰণ মানুহৰ অৱস্থাৰ কথা সহজেই কল্পনা কৰিব পাৰি ।”

আক্ষেপৰ সুৰত শিল্পীগৰাকীয়ে লগতে কয়, “মই এতিয়া গভীৰভাৱে উপলব্ধি কৰিছোঁ মানুহ মৰাৰ পিছত আৰু তেওঁৰ কোনো মূল্য নাথাকে।” উল্লেখ্য যে পৰম্পৰাগত কাৰ্বি ৰীতি-নীতি (গোত্ৰ ব্যৱস্থা) অনুসৰি ৰঞ্জিত টিছ’ আৰু মৃত ৰীণা ৰংপিনী একেটা বংশৰ। সেয়েহে এনে জঘন্য অপৰাধৰ বাবে ৰঞ্জিতৰ মৃত্যুদণ্ডৰ বিকল্প নাই।

যিগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পীগৰাকীৰ হাতৰ স্পৰ্শত ডিফু বিনোদন উদ্যানৰ মৃত গছবোৰে প্ৰাণ পাই উঠিছিল, হাজাৰ হাজাৰ পৰ্যটকৰ প্ৰধান আকৰ্ষণলৈ ৰূপান্তৰিত কৰিছিল, সেইগৰাকী প্ৰখ্যাত শিল্পীয়ে দেশৰ আইন-শৃংখলা ব্যৱস্থাৰ সুবিধাৰ পৰা বঞ্চিত হৈ থাকিব নেকি? চৰকাৰৰ এই ‘চাকিৰ তলৰ অন্ধকাৰ’ দূৰ কৰি এতিয়া তেওঁ ন্যায় লাভ কৰিবনে নাই সেইটো এক ডাঙৰ প্ৰশ্ন।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: DiphuRapemurdercase
Share4Tweet3Send

Related Posts

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল
DIPHU

Kazirang Eco-Sensitive Zone : কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চলক লৈ ডিফুত কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সংবাদমেল

by News Desk
August 19, 2026
50
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

by News Desk
August 19, 2026
75
Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ
DIPHU

Karbi Anglong DCC : কাৰ্বি আংলং জিলা পৰিষদ ন্যায়ালয়ৰ ৰেজিষ্ট্ৰী উদ্বোধন ডঃ তুলিৰাম ৰংহাঙৰ

by News Desk
August 14, 2026
50
Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন
DIPHU

Karbi Anglong Quize Festival : ডিফুত প্ৰথমবাৰৰ বাবে কাৰ্বি আংলং কুইজ মহোৎসৱ আয়োজন

by News Desk
August 7, 2026
50
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ
DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

by News Desk
August 6, 2026
51
KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

by News Desk
August 3, 2026
50
ADVERTISEMENT
Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ
National-International

Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ

August 20, 2026
50
Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ
National-International

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

August 20, 2026
50
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং
DIPHU

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

August 20, 2026
50
Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ
National-International

Modi Govt : প্ৰতিবাদ চম্ভালি ছাত্ৰ-ছাত্ৰীৰ আস্থা অৰ্জনৰ চেষ্টা মোদী চৰকাৰৰ, মন্ত্ৰীসকল যাব বিশ্ববিদ্যালয় চৌহদলৈ

August 20, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ

Jharkhand protest : একপক্ষীয়ভাৱে পৰীক্ষা কিয় বাতিল কৰা হৈছে ? হেমন্ত ছোৰেন চৰকাৰৰ সিদ্ধান্তত স্থগিতাদেশ ৰাঁচী উচ্চ ন্যায়ালয়ৰ

August 20, 2026
Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

Telengana teacher murder : প্ৰধান শিক্ষয়িত্ৰীক ৰেপি ৰেপি হত্যা দশম শ্ৰেণীৰ দুই ছাত্ৰৰ

August 20, 2026
Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

Diphu Rape murder case : কটন কলেজত একেলগে সময় কটোৱা মুখ্যমন্ত্রীয়ে এতিয়া মোক চিনি নাপায় : সত্যেন্দ্র তেৰাং

August 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d