ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home DIPHU

Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

ষ্টাফ ৰিপ'ৰ্টাৰঃ ডিফু :

News Desk by News Desk
August 6, 2026
Reading Time: 1 min read
A A
0
Lok Sewa award : কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

কাৰ্বি আংলং (Karbi Anglong) জিলাৰ দুই কৰ্মচাৰীক (Two employees) লোকসেৱা বঁটা (Lok Sewa award) প্ৰদান। এই উপলক্ষে ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত অনুষ্ঠানত আয়োজিত এক অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়। লোকসেৱা বঁটা, ২০২৬ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে জিলা আয়ুক্ত (DC) আৰণ্যক শইকীয়াই। বঁটা প্ৰদান কৰি প্ৰদান কৰা ভাষণত জিলা আয়ুক্তগৰাকীয়ে কয় যে অসম চৰকাৰে প্ৰতিষ্ঠা কৰা লোকসেৱা বঁটা জনসেৱা প্ৰদানৰ ক্ষেত্ৰত ব্যতিক্ৰমী দায়বদ্ধতা আৰু উৎকৃষ্টতা প্ৰদৰ্শন কৰা চৰকাৰী কৰ্মচাৰীসকললৈ এক স্বীকৃতি।

তেওঁ লগতে চৰকাৰী কৰ্মচাৰীসকলক আন্তৰিকতা, সততা আৰু নিষ্ঠাৰে কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। আনহাতে, দক্ষ আৰু নাগৰিককেন্দ্ৰিক শাসন ব্যৱস্থা সুনিশ্চিত কৰাৰ বাবে কৰ্মচাৰীৰ দায়বদ্ধ জনসেৱা অতি প্ৰয়োজনীয় বুলিও উল্লেখ কৰে।

lok 1 | ASSAM TIMES POST
কাৰ্বি আংলঙৰ দুই কৰ্মচাৰীলৈ লোকসেৱা পুৰস্কাৰ

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ মৃত্যুবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতি বছৰে ৰাজ্য তথা জাতিলৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে এইবাৰ কাৰ্বি আংলং জিলাৰ পৰা এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে জিলা আয়ুক্ত কাৰ্যালয়ৰ এছ ডি এ এ ৰশ্মি

বসুমতাৰী (Rashmi Bashumatari) আৰু জিলা আয়ুক্ত কাৰ্যালয়ৰ পিয়ন ব্ৰেকিং টিছু (Breaking tissue)।
জিলা আয়ুক্তই দুয়োকে সন্মান জনাই বঁটা প্ৰদান কৰে। ইয়াৰ পূৰ্বে অতিৰিক্ত উপ-আয়ুক্ত প্ৰদীপ গুপ্তাই আদৰণি ভাষণ প্রদান কৰি অনুষ্ঠানৰ তাৎপৰ্য ব্যাখ্যা কৰি বঁটাপ্রাপকসকলৰ কর্মৰ প্রতি একাগ্রতাই আন কৰ্মচাৰীকো অনুপ্ৰাণিত কৰিব বুলি আশা প্রকাশ কৰে।

Tags: LokSewaaward
Share4Tweet3Send

Related Posts

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ
DIPHU

KAAC Budget session 2026 : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশন আৰম্ভ

by News Desk
August 3, 2026
50
Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান
DIPHU

Census 2027 : লোকপিয়ল ২০২৭, কাৰ্বি আংলঙত ২-১৬ আগষ্টত স্ব-গণনাত সহযোগ কৰিবলৈ নাগৰিকসকললৈ জিলা আয়ুক্তৰ আহ্বান

by News Desk
July 31, 2026
50
Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন
DIPHU

Tarun Ram Phukan : ডিফুত দেশভক্তি দিৱস উদযাপন

by News Desk
July 28, 2026
50
World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন
DIPHU

World Hepatitis Day : ডিফু নগৰীয়া স্বাস্থ্য কেন্দ্ৰত বিশ্ব হেপাটাইটিছ দিৱস পালন

by News Desk
July 28, 2026
50
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

by News Desk
July 24, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

by News Desk
July 21, 2026
50
ADVERTISEMENT
Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
50
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা
National-International

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
50
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ
National-International

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026
50
India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ
National-International

India slams Pakistan : ৩৭০ অনুচ্ছেদ বাতিলত হস্তক্ষেপ, পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

August 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

Rahul Gandhi : মোদীয়ে ক্ষমা কৰাৰ পিছতো মানুহে এতিয়াও ক্ষমা বিচাৰি আছে, নিকৃষ্ট ৰাজনীতিক আক্ৰমণ ৰাহুল গান্ধীৰ

August 6, 2026
Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

Modi vs Meta controversy : প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ আঁতৰোৱাৰ বিতৰ্ক; ক্ষমা বিচাৰিলে জুকাৰবাৰ্গে, কেন্দ্ৰৰ লগত আলোচনা

August 6, 2026
Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

Sheikh Hasina : প্ৰাণৰ পৰোৱা নকৰোঁ, ৰাইজৰ স্বাৰ্থত মই দেশলৈ উভতিব লাগিব, বিগত দুবছৰত বাংলাদেশ ডুবিছে বুলি হাছিনাৰ অভিযোগ

August 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx