ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

New Logo Smal 2 | ASSAM TIMES POST

সৰ্বভাৰতীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা (NEET) ব্যৱস্থাক সম্পূৰ্ণৰূপে ত্ৰুটিহীন কৰি তোলা হৈছে। নীট প্ৰশ্নকাকত ফাদিল গোচৰ (NEET Question paper Leak case)ত বুধবাৰে উচ্চতম ন্যায়ালয়ত (Supreme Court) এই দাবী কেন্দ্ৰীয় চৰকাৰৰ। কেৱল সেয়াই নহয়, প্ৰশ্নকাকত প্ৰস্তুত কৰাৰ পৰা প্ৰাৰ্থীসকলক প্ৰদান কৰালৈকে সমগ্ৰ প্ৰক্ৰিয়াটোত কেনে ধৰণৰ নিৰাপত্তা আৰু গোপনীয়তা ৰখা হৈছে সেয়াও আদালতৰ সন্মুখত দাখিল কৰা হয়।

কেন্দ্ৰৰ হৈ যুক্তি আগবঢ়ায় ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই। তেওঁ উচ্চতম ন্যায়ালয়ত কয় যে নীট প্ৰশ্নকাকত কঢ়িয়াই নিয়া বাহনসমূহত জিপিএছ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই ব্যৱস্থাই বাহনৰ সামান্যতম গতিও লিপিবদ্ধ কৰিব পাৰে। ইয়াৰ পিছতে মেহতাই দাবী কৰে যে বৰ্তমানৰ নীট ব্যৱস্থা অতি সুৰক্ষিত। কোনো নিয়ম উলংঘা কৰাটো সহজ নহ’ব। কেন্দ্ৰই আদালতত লগতে দাবী কৰে যে একাধিক মডাৰেটৰক প্ৰশ্ন বেংক প্ৰস্তুত কৰাৰ দায়িত্ব দিয়া হৈছে। অৱশ্যে পৰীক্ষাৰ প্ৰশ্নকাকতত অৱশেষত কোনবোৰ প্ৰশ্নই স্থান পাব সেই সম্পৰ্কে মডাৰেটৰসকলৰ হাতত কোনো তথ্য নাথাকে। ফলত বিভিন্ন স্তৰত গোপনীয়তা বজাই ৰখা হৈছে যাতে প্ৰশ্নকাকত ফাদিল নহয়।

কেন্দ্ৰৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে কয় যে ৰাধাকৃষ্ণন সমিতিয়েও এনে নিৰাপত্তা ব্যৱস্থাৰ ওপৰত অধ্যয়ন কৰিছে। সমিতিখনে নীট পৰিচালনাৰ কেইবাটাও প্ৰতিষ্ঠানিক ত্ৰুটিৰ কথা উল্লেখ কৰে। কিন্তু উচ্চতম ন্যায়ালয়ে দীৰ্ঘম্যাদী আৰু স্থায়ী সমাধানৰ প্ৰয়োজন বুলিও কয়।

Neet1 3 | ASSAM TIMES POST
ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

পৰীক্ষা ব্যৱস্থাটোক ত্ৰুটিহীন কৰি তোলাৰ বাবে কেন্দ্ৰৰ দাবীৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে কয়, “ইউপিএছচিলৈ চাওক। এই পৰীক্ষা কোনো সমস্যা নোহোৱাকৈ অনুষ্ঠিত কৰা হৈছে। ইউপিএছচিয়ে (UPSC) যিদৰে পৰীক্ষা ব্যৱস্থা পৰিচালনা কৰে, ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (এনটিএ) অধিক কাৰ্যক্ষম আৰু আধুনিক ব্যৱস্থা গঢ়ি তুলিব লাগে। পৰিৱৰ্তিত প্ৰযুক্তিৰ বিষয়েও অৱগত বিশেষজ্ঞ নিযুক্তি দিব লাগে।” ইয়াৰ পিছত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক নতুনকৈ শপতনামা দাখিল কৰিবলৈ কয়। পৰৱৰ্তী শুনানি তিনি সপ্তাহৰ পিছত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। যোৱা জুলাই মাহত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু নীটৰ আয়োজক সংস্থা নেশ্যনেল টেষ্টিং এজেন্সীক পৰীক্ষা ব্যৱস্থাত ইটোৰ পিছত সিটো ভুল ৰোধ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ উপৰি জনোৱা হৈছিল যে তেওঁলোকে “প্ৰশ্নকাকত ফাদিলৰ বিষয়টো অতি নিবিড়ভাৱে নিৰীক্ষণ কৰিব” আৰু “নিয়মিতভাৱে অগ্ৰগতিৰ পৰ্যালোচনা” কৰিব। তেওঁলোকৰ পৰ্যবেক্ষণত ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ আলোক আৰাধ্যাৰ বিভাগীয় বিচাৰপীঠে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰক কয় যে তেওঁলোকে এই বিষয়টো মধ্যমীয়াভাৱে চলি থাকিবলৈ দিব নোৱাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SConNEET
Share4Tweet3Send

Related Posts

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত
National-International

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

by News Desk
August 19, 2026
50
TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ
National-International

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

by News Desk
August 19, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

by News Desk
August 19, 2026
50
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
ADVERTISEMENT
SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
50
Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত
National-International

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

August 19, 2026
50
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

August 19, 2026
50
TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ
National-International

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

August 19, 2026
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d