ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

RELATED POSTS

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

New Logo Smal 2 | ASSAM TIMES POST

ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে (American Ambassador George Gor) জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী (Chief Minister of Jammu and Kashmir) ওমৰ আব্দুল্লাক সাক্ষাৎ (Meeting with Omar Abdullah) কৰে। ৰাষ্ট্ৰদূত হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথমটো জম্মু-কাশ্মীৰ ভ্ৰমণ। বুধবাৰে ওমৰ আব্দুল্লাক সাক্ষাৎ কৰাৰ পিছত গোৰে কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ। আমেৰিকাই জম্মু-কাশ্মীৰ ভ্ৰমণ সন্দৰ্ভত আমেৰিকাৰ নাগৰিকক দিয়া পৰামৰ্শৰ সামান্য পৰিৱৰ্তনৰো তেওঁ ইংগিত দিয়ে।

jk1 | ASSAM TIMES POST
জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰে আমেৰিকাৰ ৰাষ্ট্ৰদূত

সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু জনসাধাৰণৰ প্ৰতিবাদৰ আশংকাত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে বৰ্তমান জম্মু-কাশ্মীৰলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। ‘লেভেল ফ’ৰ’ নিষেধাজ্ঞাৰ জৰিয়তে অতি প্ৰয়োজনীয় নহ’লে জম্মু-কাশ্মীৰলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পূব লাডাখ আৰু লেহ অৱশ্যে এই নিষেধাজ্ঞাৰ অন্তৰ্গত নহয়। বুধবাৰে গোৰে কয় যে আমেৰিকাই কাশ্মীৰ ভ্ৰমণৰ নিষেধাজ্ঞা শিথিল কৰিব পাৰে। ইয়াৰ কাৰণ ব্যাখ্যা কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ গোৰে কয় যে অঞ্চলটোত শান্তি আৰু নিৰাপত্তা বজাই ৰখাৰ বাবে কিছু উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই কথা মনত ৰাখি ট্ৰাম্প প্ৰশাসনে কাশ্মীৰৰ ভ্ৰমণ নিষেধাজ্ঞা শিথিল কৰিব পাৰে। বৃহস্পতিবাৰে লাডাখ ভ্ৰমণ কৰিব ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূতগৰাকী।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Jammu&Kashmir
Share4Tweet3Send

Related Posts

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ
National-International

by News Desk
August 19, 2026
50
TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ
National-International

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

by News Desk
August 19, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : এমাহ পূৰ্বে মই আপোনালোকৰ দৃষ্টিত দেশদ্ৰোহী আছিলোঁ, কেন্দ্ৰীয় মন্ত্ৰীৰ এনডিএত যোগদানৰ প্ৰস্তাৱ সন্দৰ্ভত দীপকে

by News Desk
August 19, 2026
50
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

by News Desk
August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
ADVERTISEMENT
SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ
National-International

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
50
Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত
National-International

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

August 19, 2026
50
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ
KARBI ANGLONG

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

August 19, 2026
50
TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ
National-International

TN CM on protest : ছাত্ৰ-ছাত্ৰীক বাওঁপন্থী আৰু পঁইতাচোৰাৰ প্ৰতিবাদত যোগদানত বাধা, বিতৰ্কত পৰি নিৰ্দেশ প্ৰত্যাহাৰ বিজয় চৰকাৰৰ

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

SC on NEET : ইউপিএছচি পৰীক্ষাৰ পৰা শিক্ষা লোৱা উচিত, নীট সন্দৰ্ভত মন্তব্য উচ্চতম ন্যায়ালয়ৰ

August 19, 2026
Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

Jammu Kashmir : জম্মু-কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ, শ্ৰীনগৰত ওমৰ আব্দুল্লাক সাক্ষাৎ কৰি আমেৰিকাৰ ৰাষ্ট্ৰদূত

August 19, 2026
Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

Minister Pijush Hazarika : ডিফুত কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d