ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

নিউজ ডেস্কঃ

News Desk by News Desk
August 19, 2026
Reading Time: 1 min read
A A
0
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

পুনৰ গ্ৰেপ্তাৰ (Re-arrest) হ’ল দিল্লীৰ প্ৰাক্তন স্বাস্থ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা (Aam Aadmi Party leader) সত্যেন্দ্ৰ জৈন (Satyendra Jain)। মঙলবাৰে দিল্লী জল ব’ৰ্ডৰ (Delhi Water Board) নিবিদাত দুৰ্নীতিৰ (Tender corruption) অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰৰ পিছত দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আপ নেতা অৰবিন্দ কেজৰিৱালে বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ কয় যে বিজেপিয়ে লক্ষ্য কৰি অত্যাচাৰ চলাইছে।

প্ৰায় ১.৫২ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগত সত্যেন্দ্ৰক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি বিৰোধী শাখাই। তেওঁৰ বিৰুদ্ধে উৎকোচ, আস্থা ভংগ, প্ৰতাৰণা, ষড়যন্ত্ৰকে ধৰি একাধিক গোচৰত গোচৰ ৰুজু কৰা হৈছে। সত্যেন্দ্ৰৰ লগতে ব’ৰ্ডৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া উদিত প্ৰকাশ ৰায়, প্ৰাক্তন উপদেষ্টা অজিত শ্ৰীবাস্তৱকে ধৰি আন তিনিজনকো গ্ৰেপ্তাৰ কৰা হৈছে।

jain | ASSAM TIMES POST
দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

আপ নেতাগৰাকীক গ্ৰেপ্তাৰক লৈ বিজেপিক লক্ষ্য কৰি মুখ খুলিছে কেজৰিৱালে। তেওঁৰ দাবী যে সত্যেন্দ্ৰক ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰটোও পূৰ্বৰ গোচৰৰ দৰেই মনে সজা। কেজৰিৱালৰ প্ৰশ্ন, ভুৱা অভিযোগত কাৰাবন্দী আৰু মানসিক হাৰাশাস্তিৰ দায়িত্ব কোনে ল’ব? চৰকাৰে সকলো সীমা অতিক্ৰম কৰা বুলি দাবী কৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰিছে যে এইবাৰ বিজেপিয়ে ক্ষমতা হেৰুৱাব।

ইয়াৰ পূৰ্বে সত্যেন্দ্ৰক হাৱালাৰ জৰিয়তে অবৈধ ধনৰ লেনদেনৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল। এইবাৰ ২০২৪ চনত দাখিল কৰা জল ব’ৰ্ডৰ নিবিদাত দুৰ্নীতিৰ সৈতে জড়িত গোচৰৰ সৈতে জড়িত কৰি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

Tags: SatyendarJainarrested
Share4Tweet3Send

Related Posts

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

by News Desk
August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

by News Desk
August 19, 2026
50
Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা
National-International

Woman murder : মাটি বিক্ৰীক লৈ সৃষ্টি হোৱা বিবাদৰ ভয়ংকৰ পৰিণতি, পত্নীক মাৰপিট কৰি যৌনাংগত বিদ্যুৎস্পৃষ্ট কৰি হত্যা

by News Desk
August 18, 2026
50
Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ
National-International

Abhijit Dipke : চিজেপিৰ প্ৰতিষ্ঠাপক দীপকেক এনডিএত যোগদান কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীৰ আমন্ত্ৰণ

by News Desk
August 18, 2026
50
Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ
National-International

Supreme Court of India : ফাঁচিয়েই হ’ব মৃত্যুদণ্ডৰ বিধান, কম যন্ত্ৰণাদায়ক পদ্ধতি নাকচ উচ্চতম ন্যায়ালয়ৰ

by News Desk
August 18, 2026
50
Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন
National-International

Devendra Mahato hunger strike : পৰীক্ষা বাতিল ঘোষণাৰ পিছতে দেৱেন্দ্ৰ মাহাতোৱে ভংগ কৰিলে ১৬ দিনীয়া অনশন

by News Desk
August 18, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী
National-International

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
50
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন
National-International

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
50
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু
DIPHU

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026
50
Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু
National-International

Kolkata Hotel fire : কলকাতাৰ হোটেলত অগ্নিকাণ্ডত শিশুসহ ৯ জনৰ মৃত্যু

August 19, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

CJP protest : পঁইতাচোৰাক বাধা দিবলৈ কোনো বল প্ৰয়োগ কৰা হোৱা নাই, দিল্লী আৰক্ষী

August 19, 2026
Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

Satyendar Jain arrested : দিল্লী জল ব’ৰ্ডৰ দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন

August 19, 2026
Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

Ashim Kalita passed away : ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক অসীম কলিতাৰ মৃত্যু

August 19, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT